সমললৈ যাওক

পায়ু সংগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

⚠️ সতৰ্কবাণী: এই পৃষ্ঠাটোত ১৮+ তথ্য আছে, যি সকলো পাঠকৰ বাবে, বিশেষকৈ কম বয়সীয়া পাঠকৰ বাবে উপযোগী নহ’ব পাৰে।

এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
নাৰীৰ পায়ুত শিশ্ন প্ৰৱেশ।

পায়ু সংগম বা পায়ুকাম হৈছে সাধাৰণতে যৌন আনন্দৰ বাবে কোনো ব্যক্তিৰ শিশ্ন বা লিংগ আন কোনো ব্যক্তিৰ পায়ু বা মলদ্বাৰত সুমুৱাই দিয়া আৰু সঞ্চালন কৰা। [1] [2] পায়ুপথৰ যৌন সম্পৰ্কৰ অন্যান্য কাৰ্য্যকলাপসমূহ হ'ল পায়ুপথত আঙুলিৰ সঞ্চালন কৰা, মলদ্বাৰত কৃত্ৰিম লিংগ সুমুৱাই দিয়া আৰু পেগিং কৰা। [3] [4]

পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে পুৰুষ-পুৰুষৰ যৌন সম্পৰ্কৰ বাবে বেছিকৈ জনা যায় যদিও বিপৰীতকামিতা বা বিষমযৌনতাতো পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে দেখা যায়। [5] [6] মহিলা-মহিলাৰ যৌন সম্পৰ্কতো বান্ধ খাই থকা কৃত্ৰিম লিংগৰ সৈতে পায়ুপথৰ যৌন সম্পৰ্ক জড়িত হৈ থাকে। [7] কণ্ডম অবিহনে ভেদ কৰাটো ভেদকাৰীৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়, [8] [9] [10] আৰু সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে স্বাস্থ্য সংস্থাই পায়ুপথৰ যৌন সম্পৰ্কৰ বাবে সুৰক্ষিত যৌন সম্পৰ্কৰ পৰামৰ্শ দিয়ে। [11] যদিও যিজন ব্যক্তিৰ মলদ্বাৰত লিংগ সোমোৱাই দিয়া হয়, তেওঁৰ মলদ্বাৰৰ ক্ষতিৰ পৰা হাত সাৰিব নোৱাৰি; পায়ুপথৰ সংগমৰ ফলত মলদ্বাৰত অৰ্শ ৰোগ হয় আৰু পায়ুপথৰ সংগমৰ সময়ত লিংগটো মলদ্বাৰত প্ৰৱেশ কৰাৰ পিছত ৰক্ত সঞ্চালনৰ ফলত পায়ুপথৰ নলীত দাগ পৰে আৰু মলদ্বাৰৰ ভিতৰত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।ইয়াৰ উপৰিও হিউমেন পেপিলোমা ভাইৰাছ (চমুকৈ এইচ পি ভি) ) লিংগৰ মলদ্বাৰত প্ৰৱেশৰ জৰিয়তে মলদ্বাৰত সোমাই পৰিলে কৰ্কট ৰোগ হয়। [12] তাৰোপৰি বিভিন্ন সংস্কৃতি বিশেষকৈ ধৰ্মীয় আইনত ই বিতৰ্কিত।

পুৰুষৰ পৰা নাৰীলৈ

[সম্পাদনা কৰক]

আচৰণ আৰু মতবাদসমূহ

[সম্পাদনা কৰক]
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
১৮৯২ চনত এডৱাৰ্ড হেনৰী এভ্ৰিলৰ এখন ছবিত মহিলাৰ মলদ্বাৰত পুৰুষৰ লিংগৰ প্ৰৱেশ।

মলদ্বাৰৰ আন্তঃ ভাগৰ পেশীবোৰ যোনিৰ পেশীৰ সৈতে একে নহয়, এয়া অধিক সংকুচিত আৰু এইকাৰকে যৌন সংগমত অধিক সন্তুষ্টি প্ৰদান কৰিব পাৰে। [2]

পুৰুষৰ পৰা পুৰুষলৈ

[সম্পাদনা কৰক]

আচৰণ আৰু প্ৰচলন

[সম্পাদনা কৰক]
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এডৱাৰ্ড হেনৰী এভ্ৰিলে অংকন কৰা পুৰুষ-পুৰুষৰ পায়ুসংগম।

ঐতিহাসিকভাৱে পায়ুসংগমক সাধাৰণভাৱে পুৰুষ সমকামিতাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয় যদিও সাধাৰণতে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বহু সমকামী পুৰুষে পায়ুপথৰ যৌন সম্পৰ্কত লিপ্ত নহয়।[5] [6] [13] [14] লিংগ সুমুৱাই দিয়া মানুহজনক ইংৰাজীত ‘টপ্’ আৰু নিজৰ পায়ুতপথত শিন্ন গ্ৰহণ কৰা জনক ‘বটম’ বুলি কোৱা হয়। আনহাতেদি এই দুয়োধৰণৰ অভিজ্ঞতা উপভোগকৰা জনক ভাৰ্চেটাইল বুলি কোৱা হয়। [15]

যিসকল পুৰুষে নিজৰ লিংগ আন পুৰুষৰ মলদ্বাৰত সুমুৱাব বিচাৰে তেওঁলোকে সাধাৰণতে মহিলাৰ বিকল্প হিচাপে তেনে কৰাৰ সম্ভাৱনা অধিক। [13] [16] [17]

নাৰীৰ পৰা পুৰুষলৈ

[সম্পাদনা কৰক]
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এগৰাকী মহিলাই এজন পুৰুষৰ কৃত্ৰিম লিংগ তেওঁৰ মলদ্বাৰত সুমুৱাবলৈ গৈ আছে।

যদি কোনো মহিলাই ষ্ট্ৰেপযুক্ত কৃত্ৰিম অংগ পিন্ধি পুৰুষৰ মলদ্বাৰত সুমুৱাই দিয়ে, তেন্তে ইয়াক পেগিং বুলি গণ্য কৰা হয়। [4] [18] [19]

২০১০ চনৰ পৰিসংখ্যা অনুসৰি ৭ শতাংশ পুৰুষে এই ধৰণৰ পায়ুপথৰ সংগমৰ প্ৰতি আগ্ৰহী। [20]

নাৰীৰ পৰা নাৰীলৈ

[সম্পাদনা কৰক]
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
পায়ুপথেৰে যৌন সম্পৰ্কৰত দুগৰাকী মহিলা।

মহিলা সমকামিতাত মহিলাসকলে ষ্ট্ৰেপ অন ডিলডো পিন্ধে আৰু মহিলাৰ মলদ্বাৰৰ ভিতৰত কাম কৰে। [7] [21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Wayne Weiten; Margaret A. Lloyd (2016). Psychology Applied to Modern Life: Adjustment in the 21st century. Cengage Learning. পৃষ্ঠা. 349. ISBN 1305968476. https://books.google.com/books?id=09S5DQAAQBAJ&pg=PA349 আহৰণ কৰা হৈছে: March 11, 2017.
  2. 1 2 "Anal Sex Safety and Health Concerns". WebMD. http://www.webmd.com/sex/anal-sex-health-concerns আহৰণ কৰা হৈছে: August 19, 2013. "Often referred to simply as anal sex, anal intercourse is sexual activity that involves inserting the penis into the anus."
  3. Barry R. Komisaruk; Beverly Whipple (2009). The Orgasm Answer Guide. JHU Press. পৃষ্ঠা. 108–109. ISBN 978-0-8018-9396-4. https://books.google.com/books?id=Kkts3AX9QVAC&pg=PA108 আহৰণ কৰা হৈছে: November 6, 2011.
  4. 1 2 Vern LeRoy Bullough; Bonnie Bullough (1994). Human Sexuality: An Encyclopedia. Taylor & Francis. পৃষ্ঠা. 27–28. ISBN 0824079728. https://books.google.com/books?id=y5HFtMkmFMYC&pg=PA27 আহৰণ কৰা হৈছে: July 5, 2013.
  5. 1 2 "Not all gay men have anal sex". Go Ask Alice!. June 13, 2008. Archived from the original on জুলাই ৬, ২০১৫. https://web.archive.org/web/20150706220546/http://goaskalice.columbia.edu/not-all-gay-men-have-anal-sex আহৰণ কৰা হৈছে: April 26, 2010.
  6. 1 2 Kaye Wellings; Kirstin Mitchell (2012). Sexual Health: A Public Health Perspective. McGraw-Hill International. পৃষ্ঠা. 91. ISBN 0335244815. https://books.google.com/books?id=ZKveuj7dLd4C&pg=PA91 আহৰণ কৰা হৈছে: August 29, 2013.
  7. 1 2 Felice Newman (2004). The Whole Lesbian Sex Book: A Passionate Guide For All Of Us. Cleis Press. পৃষ্ঠা. 205–224. ISBN 978-1-57344-199-5. https://books.google.com/books?id=OquFdu3Qt9sC&pg=PA205 আহৰণ কৰা হৈছে: November 6, 2011.
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Krasner" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Dianne Hales (2008). An Invitation to Health Brief 2010-2011. Cengage Learning. পৃষ্ঠা. 269–271. ISBN 0495391921. https://books.google.com/books?id=oP91HVIMPRIC&pg=PA269 আহৰণ কৰা হৈছে: August 29, 2013.
  10. Werner W. K. Hoeger; Sharon A. Hoeger (2010). Lifetime Fitness and Wellness: A Personalized Program. Cengage Learning. পৃষ্ঠা. 455. ISBN 1133008585. https://books.google.com/books?id=0aw8AAAAQBAJ&pg=PA455 আহৰণ কৰা হৈছে: August 28, 2013.
  11. World Health Organization, Department of Reproductive Health and Research Global strategy for the prevention and control of sexually transmitted infections: 2006–2015. Breaking the chain of transmission Archived 2014-03-23 at the Wayback Machine, 2007, আই.এচ.বি.এন. 978-92-4-156347-5
  12. "Risk Factors for Anal Cancer". cancer.org. https://www.cancer.org/cancer/anal-cancer/causes-risks-prevention/risk-factors.html.
  13. 1 2 Edwin Clark Johnson; Toby Johnson (2008). Gay Perspective: Things Our Homosexuality Tells Us about the Nature of God & the Universe. Lethe Press. পৃষ্ঠা. 139. ISBN 978-1-59021-015-4. https://books.google.com/?id=LPyhsuVbUlAC&pg=PA139 আহৰণ কৰা হৈছে: February 12, 2011.
  14. Goldstone, Stephen E.; Welton, Mark L. (2004). Sexually Transmitted Diseases of the Colon, Rectum, and Anus. 17. pp. 235–239. PMID 20011265.
  15. Steven Gregory Underwood (2003). Gay Men and Anal Eroticism: Tops, Bottoms, and Versatiles. Harrington Park Press. পৃষ্ঠা. 4–225. ISBN 978-1-56023-375-6. https://books.google.com/?id=i4wRl0_8NuUC&pg=PA4 আহৰণ কৰা হৈছে: February 12, 2011.
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "dailyuw.com" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Raymond A. Smith (1998). Encyclopedia of AIDS: A Social, Political, Cultural and Scientific Record of the HIV Epidemic. Taylor & Francis. পৃষ্ঠা. 73–76. ISBN 0203305493. https://books.google.com/books?id=vuAWLtgnUm0C&pg=PA73 আহৰণ কৰা হৈছে: December 23, 2013.
  18. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Zdrok" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  19. Keesling, Barbara (2005). Sexual Pleasure: Reaching New Heights of Sexual Arousal and Intimacy. Hunter House. পৃষ্ঠা. 221. ISBN 9780897934350. https://books.google.com/books?id=EG2qGvbgneoC আহৰণ কৰা হৈছে: July 6, 2013.
  20. Janell L. Carroll (2012). Discovery Series: Human Sexuality (1st সম্পাদনা). Cengage Learning. পৃষ্ঠা. 285. ISBN 1111841896. https://books.google.com/books?id=gU3SZSh-eXsC&pg=PT317 আহৰণ কৰা হৈছে: August 25, 2013.
  21. JoAnn Loulan (1984). Lesbian Sex. The University of California. পৃষ্ঠা. 53. ISBN 0-933216-13-0. https://books.google.com/books?id=bS0EAQAAIAAJ আহৰণ কৰা হৈছে: February 3, 2011.