পৃথ্বীৰাজ ৰাভা
অৱয়ব
| পৃথ্বীৰাজ ৰাভা | |
|---|---|
| জন্ম | ০০ ডিচেম্বৰ, ১৯৫৭ (৬৮ বছৰ) তেজপুৰ, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পিতৃ-মাতৃ | বিষ্ণুপ্ৰসাদ ৰাভা (পিতৃ) কনকলতা ৰাভা (মাতৃ) |
পৃথ্বীৰাজ ৰাভা (জন্ম ১৯৫৭ চন) অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অভিনেতা। তেওঁৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু মাতৃ কনকলতা ৰাভা। তেওঁ অসমীয়া বোলছবি শ্ৰীমন্ত শঙ্কৰদেৱে (২০১০),[1]অহেতুক, লখিমী আৰু ফিৰিঙতিত অভিনয় কৰিছিল।[2] ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।[3] পৃথ্বীৰাজ ৰাভা বৰ্তমান তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "about prithiraj rabha". https://www.sentinelassam.com/amp/assam-election-2021/candidates/phase1/prithiraj-rava-from-tezpur-early-life-controversy-political-career-529267.
- ↑ "Prithviraj Rabha". imdb.com. https://m.imdb.com/name/nm10093796/। আহৰণ কৰা হৈছে: 4 January 2022.
- ↑ "Assam's Prithiraj Rabha wins prestigious Tezpur seat with a marging of 9385 votes". Tezpurbuzz.com. May 2, 2021. https://tezpurbuzz.com/live-tezpur-lac-couting-trends-results-assam-assembly-elections-2021/। আহৰণ কৰা হৈছে: 4 January 2022.