পোখৰাম্বাম সুশীলা চানু
![]() ২০১৩ চনত সুশীলা চানু | |||||||||||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | পোখৰাম্বাম সুশীলা চানু | ||||||||||||||||||||
জন্ম | ২৫ ফেব্ৰুৱাৰী, ১৯৯২ (৩১ বছৰ) মণিপুৰ, ভাৰত | ||||||||||||||||||||
স্থান | হাফবেক | ||||||||||||||||||||
ৰাষ্ট্ৰীয় দল | |||||||||||||||||||||
বৰ্ষ | দল | খেল | গ'ল | ||||||||||||||||||
২০০৮–বৰ্তমান | ভাৰত | ১৬০ | (৪) | ||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||
অন্তিম সংশোধন কৰা হৈছে: ১৮ জুলাই ২০১৮ |
পোখৰাম্বাম সুশীলা চানু (ইংৰাজী: Pukhrambam Sushila Chanu) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ। তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা। তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী।[1][2]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
সুশীলা চানুৰ জন্ম হয় মণিপুৰত ১৯৯২ চনৰ ২৫ ফেব্ৰুৱাৰীত। তেওঁৰ পিতৃ পোখৰাম্বাম শ্যামসুন্দৰ (Pukhrambam Shyamsundar) আৰু মাতৃ পোখৰাম্বাম অংবি লতা (Pukhrambam Ongbi Lata)। মণিপুৰৰ হকী একেডেমীত হকী খেলি সুশীলাই ক্ৰীড়া জগতত প্ৰবেশ কৰে। স্থানীয় য়াওছাং স্পৰ্টছ মিট (Yaosang Sports Meet) ত তেওঁ ভালেসংখ্যক পদক লাভ কৰে।[3]
কৰ্মজীৱন[সম্পাদনা কৰক]
সুশীলা চানুৱে পোনপ্ৰথমে ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত একৈশৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০১৩ চনত জাৰ্মানিত অনুষ্ঠিত জুনিয়ৰ ৱৰ্ল্ড কাপত সুশীলাই ভাৰতীয় দলক নেতৃত্ব দি ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়।[4]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Sushila Chanu named skipper". The Hindu. 1 July 2013. http://www.thehindu.com/todays-paper/tp-sports/sushila-chanu-named-skipper/article4867822.ece। আহৰণ কৰা হৈছে: 18 July 2013.
- ↑ http://www.e-pao.net/epSubPageExtractor.asp?src=features.Profile_of_Manipuri_Personalities.Pukhrambam_Sushila_Chanu_India_Junior_Hockey_Team_Captain_A_Profile
- ↑ http://www.e-pao.net/epSubPageExtractor.asp?src=features.Profile_of_Manipuri_Personalities.Pukhrambam_Sushila_Chanu_India_Junior_Hockey_Team_Captain_A_Profile
- ↑ "Junior hockey skipper Chanu eager to inspire peers". Hindustan Times. 8 August 2013. http://www.hindustantimes.com/News-Feed/Hockey/Junior-hockey-skipper-Chanu-eager-to-inspire-peers/Article1-1104889.aspx। আহৰণ কৰা হৈছে: 9 August 2013.