পোনাকণ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 

পোনকণ বৰুৱা
বিধায়ক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ মে, ২০২১
পূৰ্বসূৰী বিনোদ হাজৰিকা
সমষ্টি চাবুৱা বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম চাবুৱা
ৰাজনৈতিক দল অসম গণ পৰিষদ
দাম্পত্যসঙ্গী মৌচুমি ফুকন
বাসস্থান চাবুৱা, অসম
জীৱিকা ৰাজনীতিবিদ

পোনকান বৰুৱা অসম গণ পৰিষদৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত চাবুৱা,সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।[1][2] [3]

তথ্যসূত্ৰসমূহ[সম্পাদনা কৰক]