প্লেংকৰ ধ্ৰুৱক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
h ৰ মান একক
৬.৬২৬০৬৮ (৩৩)×10−৩৪ J·s
৪.১৩৫৬৬৭৩৩(১০ )×10−১৫ eV·s
৬.৬২৬০৬৮৮৫(৩৩)×10−২৭ erg·s
"হামব’ল্ট বিশ্ৱবিদ্যালয়ে প্লেংকৰ ধ্ৰুৱকৰ আৱিষ্কাৰৰ বাবে মেক্স প্লেংকলৈ আগবঢ়োৱা তামৰ ফলক, অসমীয়া অনুবাদ: প্লেংকে এই ভৱনতে কোৱান্তাম বলবিদ্যাৰ h আৱিষ্কাৰ কৰে (১৮৮৯ পৰা ১৯২৮)"

প্লেংকৰ ধ্ৰুবক (ইংৰাজী: Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক \,h দ্বাৰা সূচিত কৰা হয়।

প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬×10−৩৪ জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে।