প্ৰব্ৰজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সহজ অৰ্থত প্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে।প্ৰব্ৰজনৰ ফলতেই এটা অঞ্চলৰ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি হয়। প্ৰব্ৰজন আৰম্ভ হোৱা এলেকাক প্ৰব্ৰজনৰ উৎস বোলে । আৰু যি স্থানলৈ প্ৰব্ৰজন হয় সেই এলেকাক প্ৰব্ৰজনৰ লক্ষ্যস্থল বোলে।

সূচী

প্ৰব্ৰজক[সম্পাদনা কৰক]

প্ৰব্ৰজন কৰা লোকসকলক প্ৰব্ৰজক বোলা হয়। উৎসস্থলত প্ৰব্ৰজনকাৰীক বহিঃপ্ৰব্ৰজক আৰু একেজন ব্যক্তিক লক্ষস্থলীত অন্তঃপ্ৰব্ৰজক বোলা হয়। প্ৰব্ৰজনৰ ফলত উৎসস্থলত জনসংখ্যা হ্ৰাস পাই আৰু লক্ষস্থানত জনসংখ্যা বৃদ্ধি পাই।

প্ৰব্ৰজনৰ কাৰণ অথবা কাৰকসমূহ[সম্পাদনা কৰক]

মানুহে অধিক সুবিধা লাভৰ অৰ্থে নতুবা বিভিন্ন সা-সুবিধাৰ প্ৰতি আকৰ্ষিত হৈয়ে প্ৰব্ৰজন কৰে।প্ৰব্ৰজনৰ প্ৰধান কাৰক দুটা হ'ল আকৰ্ষণী কাৰক আৰু বিকৰ্ষণী কাৰক

আকৰ্ষণী কাৰক[সম্পাদনা কৰক]

যিবোৰ কাৰকে এটা অঞ্চললৈ মানুহক অন্য এটা অঞ্চলৰ পৰা প্ৰব্ৰজন কৰিবলৈ উৎসাহ যোগাই বা আকৰ্ষণ কৰে সেইবোৰ কাৰকক আকৰ্ষণী কাৰক বোলে।যেনে

নিয়োগ সুবিধা[সম্পাদনা কৰক]

নিৰাপত্তা[সম্পাদনা কৰক]

উন্নত চিকিৎসা ব্যৱস্থা[সম্পাদনা কৰক]

শিক্ষা ব্যৱস্থা[সম্পাদনা কৰক]

সুলভ আৰু সহজ যাতায়তৰ সুবিধা[সম্পাদনা কৰক]

ভাল বজাৰ ব্যৱস্থা[সম্পাদনা কৰক]

স্বাস্থ্যকৰ পৰিৱেশ[সম্পাদনা কৰক]

বিকৰ্ষণী কাৰক[সম্পাদনা কৰক]

যিবোৰ কাৰকে মানুহক এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰে সেইবোৰ কাৰকক বিকৰ্ষণী কাৰক বোলে । যেনে

নিবনুৱা সমস্যা[সম্পাদনা কৰক]

অনুন্নত শিক্ষাব্যৱস্থা[সম্পাদনা কৰক]

যুদ্ধ[সম্পাদনা কৰক]

মহামাৰী[সম্পাদনা কৰক]

অস্বাস্থ্যকৰ পৰিৱেশ[সম্পাদনা কৰক]

যাতায়ত আৰু যোগাযোগৰ অসুবিধা[সম্পাদনা কৰক]

কৰ্মস্থানৰ অভাৱ[সম্পাদনা কৰক]

প্ৰব্ৰজনৰ প্ৰকাৰ[সম্পাদনা কৰক]

অন্তৰ্দেশীয় জনপ্ৰব্ৰজন[সম্পাদনা কৰক]

গাঁৱৰ পৰা গাঁওমুখী[সম্পাদনা কৰক]

আন্তঃআঞ্চলিক[সম্পাদনা কৰক]

গাৱঁৰ পৰা চহৰমুখী[সম্পাদনা কৰক]

চহৰৰ পৰা গাঁওমুখী[সম্পাদনা কৰক]

আন্তঃনগৰীয়[সম্পাদনা কৰক]

আন্তঃৰাজ্যিক[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজন[সম্পাদনা কৰক]

সময় ভিত্তিক প্ৰব্ৰজনৰ প্ৰকাৰ

সাময়িক প্ৰব্ৰজন[সম্পাদনা কৰক]

অঘৰী প্ৰব্ৰজন[সম্পাদনা কৰক]

ঋতু প্ৰব্ৰজন[সম্পাদনা কৰক]

আধুনিক ঋতু প্ৰব্ৰজন[সম্পাদনা কৰক]

বৰ্ষানুবৰ্ষী প্ৰব্ৰজন[সম্পাদনা কৰক]

শাশ্বত প্ৰব্ৰজন[সম্পাদনা কৰক]