প্ৰশান্ত গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
প্ৰশান্ত গোস্বামী
জন্ম ১ জানুৱাৰী, ১৯৫৯
অসম, ভাৰত
বাসস্থান নতুন দিল্লী
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ
  • জলবায়ু বিজ্ঞান
  • বায়ুমণ্ডলীক আৰ্হি প্রস্তুতকৰণ
প্ৰতিষ্ঠান
  • ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ
  • চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠান
  • বৈজ্ঞানিক আৰু উদ্ভাৱন গৱেষণা একাডেমী
  • ইকল নৰ্মেল চুপেৰিয়ৰ
  • ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান
জনা যায় ক্ৰান্তীয় বায়ুমণ্ডলৰ চলকীয় পৰিৱৰ্তনৰ অধ্যয়ন
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ২০০১

প্ৰশান্ত গোস্বামী (জন্ম ১৯৫৯) এজন ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান। পূৰ্বতে তেওঁ চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁ ক্ৰান্তীয় বায়ুমণ্ডলৰ চলকীয় পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে বিশেষ ভাবে জনাজাত।[2] ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত বিজ্ঞানৰ শ্ৰেষ্ঠ পুৰস্কাৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।[3][note 1]

জীৱনী[সম্পাদনা কৰক]

নিৰ্বাচিত গৱেষণা পত্ৰ[সম্পাদনা কৰক]

  • Prashant Goswami, Upadhayula Suryanarayana Murty, Srinivasa Rao Mutheneni, Avinash Kukkuthady, Swathi Trithala Krishnan (27 November 2012). "A Model of Malaria Epidemiology Involving Weather, Exposure and Transmission Applied to North East India". PLoS One খণ্ড 7 (11). doi:10.1371/journal.pone.0049713. 
  • Jurismita Baruah, Prashant Goswami (10 April 2015). "Dynamical model of daily CO concentration over Delhi: assessment of forecast potential". Current Science খণ্ড 108 (7): 1369–1374. 
  • Munnu Singh, Neha Guleria, Eranki Prakasa Rao, Prashant Goswami (2014). "Efficient C sequestration and benefits of medicinal vetiver cropping in tropical regions". Agronomy for Sustainable Development খণ্ড 34 (3): .603–607. doi:10.1007/s13593-013-0184-3. 
  • Krushna Chandra Gouda, Nagaraj Bhat, Prashant Goswami (2013). "Wind Analysis of Cyclone "Neelam" using Remote Sensing and Reanalysis Data". Proc. of the 8th Asia-Pacific Conference on Wind Engineering. doi:10.3850/978-981-07-8012-8_230. 
  • Prashant Goswami, Himesh Shivappa, Santhaveeranna Goud (June 2012). "Comparative analysis of the role of domain size, horizontal resolution and initial conditions in the simulation of tropical heavy rainfall events". Meteorological Applications খণ্ড 19 (2): 170–178. doi:10.1002/met.253. 
  • Prashant Goswami and Swapan Mallick (February 2011). "Objective Bias Correction for Improved Skill in Forecasting Diurnal Cycles of Temperature over Multiple Locations: The Summer Case". Weather and Forecasting খণ্ড 26 (1): 26–43. doi:10.1175/2010WAF2222407.1. 
  • Prashant Goswami, Swapan Mallick and K. C. Gouda (August 2011). "Objective Debiasing for Improved Forecasting of Tropical Cyclone Intensity with a Global Circulation Model". Monthly Weather Review খণ্ড 139: 2471–2487. doi:10.1175/2011MWR3600.1. 

তথ্য উৎস[সম্পাদনা কৰক]


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল