প্ৰশান্ত ৰাজগুৰু
অৱয়ব
| প্ৰশান্ত ৰাজগুৰু | |
|---|---|
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| পেচা | সাংবাদিক লেখক |
| দূৰদৰ্শন | প্ৰাগ নিউজ |
প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত।[1] পূৰ্বতে তেওঁ আমাৰ অসম কাকতৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- সাগৰ হেৰোৱাৰ দুখ[2]
বঁটা
[সম্পাদনা কৰক]প্ৰশান্ত ৰাজগুৰুলৈ গুৱাহাটী প্ৰেছ ক্লাবে ২০২২ চনৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়ায়। পৰাগ কুমাৰ দাসৰ ২৬তম মৃত্যু বাৰ্ষিকীত তেওঁক এই বঁটা প্ৰদান কৰে।[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Editor Card Holder Name & Address". Directorate of Information & Public Relations, AssamDIPR Assam. https://dipr.assam.gov.in/sites/default/files/swf_utility_folder/departments/dipr_webcomindia_org_oid_4/portlet/level_2/editor_card_holder_name_address.pdf। আহৰণ কৰা হৈছে: 2025-07-21.[সংযোগবিহীন উৎস]
- ↑ "Prashant Rajguru’s ‘Sagar Herowar Dukh’ unveiled". DainandinbartagroupDainandinbartagroup. 2025-01-11. https://www.dainandinbartagroup.in/prashant-rajgurus-sorrow-of-losing-the-sea-unveiled/। আহৰণ কৰা হৈছে: 2025-07-21.
- ↑ News Desk (2022-05-17). "Senior Journalist Prasanta Rajguru Bestowed Parag Kumar Das Journalism Award". Pratidin TimePratidin Time. https://www.pratidintime.com/guwahati-news-breaking-latest/senior-journalist-prasanta-rajguru-bestowed-parag-kumar-das-journalism-award। আহৰণ কৰা হৈছে: 2025-07-21.