প্ৰাৰ্থনা শইকীয়া
অৱয়ব
| জন্ম | ১৯৮৫ |
|---|---|
| পেচা | ঔপন্যাসিক,গল্পকাৰ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| ধৰণ | অসমীয়া সাহিত্য |
| বিষয় | উপন্যাস, গল্প |
প্ৰাৰ্থনা শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷[1]।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- যাত্ৰা এনেকৈয়ে, ২০০৮, গল্প সংকলন[1]
- প্লেটফৰ্মত এতিয়া কোনো নাই, উপন্যাস
- জঁটাধাৰী, উপন্যাস
- ফাৰাও,উপন্যাস
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা, ২০০৬
- কথা বৈভৱ বঁটা, ২০০৯
- সাহিত্য একাডেমি যুৱ বঁটা, ২০১৬, জঁটাধাৰী উপন্যাসৰ বাবে[1]
