পৱিত্ৰ অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৱিত্ৰ অসম  
লেখক মহেশ্বৰ নেওগ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
মিডিয়া প্ৰকাৰ মুদ্ৰণ

পৱিত্ৰ অসম অসমৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় অক্টোবৰ ১৯৬০ চনত।[1] প্ৰকাশক অসম সাহিত্য সভা। গ্ৰন্থখনত অসমৰ প্ৰতিখন জিলাৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে। গৱেষণাধৰ্মী টোকাসমূহেৰে সমৃদ্ধ এইখন গ্ৰন্থৰ শেষৰফালে অসমৰ ধৰ্মীয় স্থানসমূহৰ উপৰিও উত্তৰ পূৰ্বাঞ্চল আৰু কোচবিহাৰৰ কিছু স্থানৰ বিৱৰণ আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মহেশ্বৰ নেওগ (২০০৮). পৱিত্ৰ অসম. অসম সাহিত্য সভা.