ফেৱিক'ল
Jump to navigation
Jump to search
গৰাকী | পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেদ |
---|---|
আত্মপ্ৰকাশ | ১৯৫৯ |
সম্বন্ধীয় ব্ৰেণ্ড | ফেৱিকুইক, ড॰ ফিক্সিট |
বজাৰ | ভাৰত, আমেৰিকা, ব্ৰাজিল, থাইলেণ্ড, ইজিপ্ত, বাংলাদেশ, ডুবাই[1] |
ট্ৰেডমাৰ্ক ৰূপে পঞ্জীভূত | |
ৱেবছাইট | fevicol |
ফেৱিক'ল হৈছে ভাৰতীয় কোম্পানী পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেদৰ দ্বাৰা উৎপাদিত আঠাৰ এটা ব্ৰেণ্ড।
ইতিহাস[সম্পাদনা কৰক]
১৯৫৪ চনত বলবন্ত পাৰেখ আৰু সুশীল পাৰেখে এটা সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ৫ বছৰৰ পাছত ১৯৫৯ চনত, এওঁলোকে জন্তুৰ পৰা প্ৰস্তুত কৰা আঠাৰ এটা সাংশ্লেষিক বিকল্প উলিয়াই। তেওঁলোকে এই বস্তুটোৰ নাম দিয়ে 'ফেৱিক'ল'। ১৯৬৩ চনত কনদিৱিটা গাঁও, মুম্বাইত ফেৱিক'লৰ প্ৰথমটো উদ্যোগ স্থাপন হয়। ইয়াতেই বৰ্তমান ফেৱিক'লৰ মুখ্য কাৰ্যালয় আছে। ১৯৯৭ চনত ফেৱিক'লে দূৰদৰ্শনত প্ৰথম বিজ্ঞাপন দিয়ে। ২০০৪ চনৰ ফেৱিক'লে ফেৱিক'ল মেৰাইন বুলি বজাৰলৈ এটা উপ-ব্ৰেণ্ড উলিয়াই[3]।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Balvant Parekh" (en ভাষাত). https://www.forbes.com/profile/balvant-parekh/। আহৰণ কৰা হৈছে: 4 October 2018.
- ↑ "WIPO Global Brand Database" (en ভাষাত). http://www.wipo.int/branddb/en/। আহৰণ কৰা হৈছে: 4 October 2018.
- ↑ http://fevicol.in/about/#history