পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিডিলাইট
ধৰণ ৰাজহুৱা
শ্বেয়াৰ বজাৰৰ চিহ্ন BSE500331
NSEPIDILITIND
স্থাপিত ১৯৫৯
প্ৰতিষ্ঠাতা বলবন্ত পাৰেখ
মুখ্য কাৰ্যালয় আন্ধেৰী, মুম্বাই, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব
পণ্য আঠা, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা কেমিকেল
ৰাজহ বৃদ্ধি ৫,০৩৮.৪৬ কোটি (৭০৬.৩৯ মিলিয়ন ডলাৰ) (2015-2016)[1]
কাৰ্যকৰ আয় ৬৭৯.০৪ কোটি (৯৫.২ মিলিয়ন ডলাৰ)(2012-2013)
মুঠ আয় ৪৫৪.৮ কোটি (৬৩.৭৬ মিলিয়ন ডলাৰ) (2012-2013)
স্বত্বাধিকাৰী মধুকাৰ পাৰেখ আৰু পৰিয়াল (৭০%)[2]
ৱেবছাইট www.pidilite.com

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে[3]। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ অনান্য উৎপাদনসমূহ হৈছে ফেৱিকুইক, ড॰ ফিক্সিট, ৰ'ফ, চাইক্ল, ৰাণীপাল, হ'বি আইডিয়া, এম ছিল, আক্ৰন আদি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "BSE". http://www.bseindia.com/stock-share-price/stockreach_annualreports.aspx?. 
  2. "Madhukar Parekh & family" (en ভাষাত). Forbes. https://www.forbes.com/profile/madhukar-parekh/। আহৰণ কৰা হৈছে: 4 October 2018. 
  3. "Pidilite Website". http://www.pidilite.com/। আহৰণ কৰা হৈছে: 2017-09-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]