সমললৈ যাওক

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিডিলাইট
ধৰণ ৰাজহুৱা
শ্বেয়াৰ বজাৰৰ চিহ্ন BSE: 500331
NSE: PIDILITIND
স্থাপিত ১৯৫৯
প্ৰতিষ্ঠাতা বলবন্ত পাৰেখ
মুখ্য কাৰ্যালয় আন্ধেৰী, মুম্বাই, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব
পণ্য আঠা, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা কেমিকেল
ৰাজহ বৃদ্ধি ₹৫,০৩৮.৪৬ কোটি (৭০৬.৩৯ মিলিয়ন ডলাৰ) (2015-2016)[1]
কাৰ্যকৰ আয় ₹৬৭৯.০৪ কোটি (৯৫.২ মিলিয়ন ডলাৰ) (2012-2013)
মুঠ আয় ₹৪৫৪.৮ কোটি (৬৩.৭৬ মিলিয়ন ডলাৰ) (2012-2013)
স্বত্বাধিকাৰী মধুকাৰ পাৰেখ আৰু পৰিয়াল (৭০%)[2]
ৱেবছাইট www.pidilite.com

পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে[3]। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ অনান্য উৎপাদনসমূহ হৈছে ফেৱিকুইক, ড॰ ফিক্সিট, ৰ'ফ, চাইক্ল, ৰাণীপাল, হ'বি আইডিয়া, এম ছিল, আক্ৰন আদি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "BSE". Archived from the original on 2021-05-05. https://web.archive.org/web/20210505040041/https://www.bseindia.com/stock-share-price/stockreach_annualreports.aspx। আহৰণ কৰা হৈছে: 2019-07-11.
  2. ↑ "Madhukar Parekh & family" (en ভাষাত). Forbes. https://www.forbes.com/profile/madhukar-parekh/। আহৰণ কৰা হৈছে: 4 October 2018.
  3. ↑ "Pidilite Website". http://www.pidilite.com/। আহৰণ কৰা হৈছে: 2017-09-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]