বল বৰ্মন
অৱয়ব
বল বৰ্মন আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ চতুৰ্থজন ৰজা।[1] বলবৰ্মন হৰ্ষদেৱৰ পুত্ৰ।
উল্লেখযোগ্য কাম
[সম্পাদনা কৰক]বলবৰ্মন যুদ্ধপ্ৰিয় শাসক আছিল বুলি জনা যায়। তেওঁ শালস্তম্ভ বংশৰ হেৰোৱা যশস্যা পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল।[1]