বল বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বল বৰ্মন আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ চতুৰ্থজন ৰজা।[1] বলবৰ্মন হৰ্ষদেৱৰ পুত্ৰ।

উল্লেখযোগ্য কাম[সম্পাদনা কৰক]

বলবৰ্মন যুদ্ধপ্ৰিয় শাসক আছিল বুলি জনা যায়। তেওঁ শালস্তম্ভ বংশৰ হেৰোৱা যশস্যা পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬০-৬১