বাটৰাজ সাপ
বাটৰাজ সাপ | |
---|---|
![]() | |
Rhabdophis subminiatus from Bogor, West Java | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
উপপৰিয়াল: | Natricinae |
গণ: | Rhabdophis |
প্ৰজাতি: | R. subminiatus |
বৈজ্ঞানিক নাম | |
Rhabdophis subminiatus (Schlegel, 1837) | |
সমাৰ্থক | |
Tropidonotus subminiatus Schlegel, 1837 |
বাটৰাজ সাপ (ইংৰাজী: Red-necked keelback, বৈজ্ঞানিক নাম-Rhabdophis subminiatus)'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]
এই সাপবিধৰ দেহৰ বৰণ সেউজীয়া আৰু মূৰৰ অংশত ৰঙা আৰু হালধীয়া দাগ থাকে৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৯০ ছে:মি: হয়৷
বিতৰণ[সম্পাদনা কৰক]
ইণ্ডোনেছিয়া, ভাৰত, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভূটান, বাংলাদেশ, নেপাল, চীন, মালয়েছিয়া আদিদেশত এই সাপবিধ বিস্তৃত হৈ আছে৷
বাসস্থান[সম্পাদনা কৰক]
এই সাপবিধ সাধাৰণতে পুখুৰীত থাকে৷
আচৰণ[সম্পাদনা কৰক]
বাটৰাজ সাপক পূৰ্বতে বিষহীণ গণ্য কৰা হৈছিল, পিচে, সম্প্ৰতি কিছুমান ঘটনাৰ পৰা দেখা গৈছে এইবিধ সাপে সাধাৰণতে দংশনৰ সময়ত বিষ এৰি নিদিয়াকৈও থাকিব পাৰে। মুখৰ পাছফালে বিষদাঁত থকা (Rear Fanged) বাবে এই সাপে একেৰাহে বহুসময় ধৰি কামোৰ মাৰি ধৰি থকাৰ পাচতহে পৰ্যাপ্ত পৰিমাণৰ বিষ নিৰ্গত কৰিব পাৰে।
খাদ্য[সম্পাদনা কৰক]
বাটৰাজ সাপে পানীৰ ভেকুলী আৰু মাছ আদি খাই জীয়াই থাকে৷[2]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- Boulenger, G.A. 1893 Catalogue of the snakes in the British Museum (Nat. Hist.) I. London (Taylor & Francis), 448 pp.
- Bulian,J. 1999 Über die Schlangenfauna eines Gartens in Südthailand. Elaphe 7 (4): 61-67
- Schlegel, H. 1837 Essai sur la physionomie des serpens. Partie Généralxxviii +251 S. + Partie Descriptiv606 S. + xvi. La Haye (J. Kips, J. HZ. et W. P. van Stockum)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত বাটৰাজ সাপ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |