সমললৈ যাওক

বাসুকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাসুকী
সৰ্পৰাজ [1]

সমুদ্ৰ মন্থনৰ সময়ত মন্দৰ পৰ্বতক মেৰিয়াই মন্থন দণ্ড হিচাপে ব্যৱহাৰ কৰা বাসুকী, তলত কূৰ্ম (১৮৭০ চনৰ চিত্ৰকৰ্ম)।
সম্পৰ্ক নাগ
নিবাস পৃথিৱী
প্ৰতীকসমুহ নাগমণি
সঙ্গী শতশীৰ্ষ [2]
পিতৃ-মাতৃ কদ্ৰু, কাশ্যপ
সহোদৰ মনসা, শেষনাগ

হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিংবদন্তিসমূহৰ মতে বাসুকী হৈছে সৰ্পসমূহৰ এজন ৰজা। তেওঁ শিৱৰ ডিঙিত অৱস্থান কৰে। তেওঁৰ শিৰত নাগমণি নামৰ ৰত্ন আছে বুলি কোৱা হয়। সৰ্পৰ দেৱী মনসা বাসুকীৰ ভগ্নী। চীন আৰু জাপানৰ আখ্যান মতে বাসুকী আঠগৰাকী ড্ৰেগন ৰজাৰ অন্যতম।[3]

সমুদ্ৰ মন্থন

[সম্পাদনা কৰক]

শিৱৰ গলত অলংকাৰৰূপে আভূষিত হোৱাৰ বাবে বাসুকী জনাজাত। দেৱতা আৰু অসুৰসমুদ্ৰ মন্থনৰ সময়ত বাসুকীক মন্থন দণ্ড মন্দৰ পৰ্বতক মেৰিয়াই মন্থন জৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Handa 2004, পৃষ্ঠা. 91.
  2. "SECTION CXVII". Sacredtexts. https://www.sacred-texts.com/hin/m05/m05117.htm আহৰণ কৰা হৈছে: 23 মে' 2021.
  3. "Eight great dragon kings". Chinabuddhismencyclopesia.com. Archived from the original on 2020-02-03. https://web.archive.org/web/20200203081624/http://www.chinabuddhismencyclopedia.com/en/index.php/Eight_great_dragon_kings আহৰণ কৰা হৈছে: 23 মে' 2021.
  4. Jones, Constance (2007). Encyclopedia of Hinduism. প্ৰকাশক New York: Infobase Publishing. পৃষ্ঠা. 300. ISBN 978-0-8160-5458-9.