বাৰ্তা:অসমত দেখা পোৱা মাছৰ তালিকা
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 2 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic বাঁহপাতী আৰু কাজলি পাভ
| এই পৃষ্ঠাখন অসমত দেখা পোৱা মাছৰ তালিকা-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
|---|---|---|---|
|
|
||
বাঁহপাতী আৰু কাজলি পাভ
[সম্পাদনা কৰক] ছবিত থকা মাছজনী বৰিয়লা নে বৰলিয়া যেনহে লাগিছে। শব্দ.অৰ্গত বাঁহপাতী মাছজনীৰ বৈজ্ঞানিক নাম Ailia coila বুলি আছে আৰু অন্য নাম কাজুলি বুলি আছে। সেইমতে কাজলি পাভ আৰু বাঁহপাতী একেজনী মাছৰ নাম। দিব্য দত্ত (বাৰ্তা) 15:27, 10 July 2023 (ইউ.টি.চি.)
