বাৰ্তা:অসমৰ ধান খেতিৰ সঁজুলিসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


এই প্ৰবন্ধটি মোৰ অনুৰুধত নিতুল বৰাই ইয়াত সন্নিবিষ্ট কৰিছে| অনুগ্ৰহ কৰি ইয়াৰ আসোঁৱাহ সমূহ দূৰ কৰিবলৈ সকলোকে অনুৰুধ জনাইছো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:59, 11 এপ্ৰিল 2012 (UTC)

নামাকৰণ[সম্পাদনা কৰক]

"অসমৰ কৃষি পদ্ধতি" নামাকৰণটোৱে অসমৰ সকলোবোৰ কৃষি(উদ্যান শস্য, ৰবি শস্য আদি) আৰু প্রণালীসমূহ আদি কৰি বিস্তৃত বিযয়বস্তু সাঙুৰি লয় ৷ কিন্তু এই প্রৱন্ধটিত কেৱল ধান খেতিৰ সঁজুলিসমূহৰহে বৰ্ণনা আগবঢ়োৱা হৈছে ।প্ৰবন্ধটো নাম 'অসমৰ ধান খেতিৰ সঁজুলিসমূহ' ৰূপে ৰাখিলেহে ভাল হ’ব নেকি..! নতুবা প্রৱন্ধটি বিস্তাৰ কৰিব পাৰে ।মৌচুমী (talk)

আপোনাৰ বক্তব্যক সমৰ্থন জনাইছো| তেনে কৰিলেই ভাল হৱ| বিষ্ণু বাৰ্তা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

একো তথ্যসূত্ৰ নাই দিয়া বাবে "মৈলিক গৱেষণা" টেগ্‌ লগোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 06:45, 3 জুন 2013 (UTC)