বাৰ্তা:অসমৰ ধান খেতিৰ সঁজুলিসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


এই প্ৰবন্ধটি মোৰ অনুৰোধত নিতুল বৰাই ইয়াত সন্নিবিষ্ট কৰিছে| অনুগ্ৰহ কৰি ইয়াৰ আসোঁৱাহ সমূহ দূৰ কৰিবলৈ সকলোকে অনুৰোধ জনাইছো|   বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:59, 11 এপ্ৰিল 2012 (UTC)

"অসমৰ কৃষি পদ্ধতি" নামকৰণটোৱে অসমৰ সকলোবোৰ কৃষি(উদ্যান শস্য, ৰবি শস্য আদি) আৰু প্ৰণালীসমূহ আদি কৰি বিস্তৃত বিযয়বস্তু সাঙুৰি লয়। কিন্তু এই প্ৰবন্ধটিত কেৱল ধান খেতিৰ সঁজুলিসমূহৰহে বৰ্ণনা আগবঢ়োৱা হৈছে। প্ৰবন্ধটো নাম 'অসমৰ ধান খেতিৰ সঁজুলিসমূহ' ৰূপে ৰাখিলেহে ভাল হ’ব নেকি..! নতুবা প্ৰবন্ধটি বিস্তাৰ কৰিব পাৰে। মৌচুমী (talk)

আপোনাৰ বক্তব্যক সমৰ্থন জনাইছো| তেনে কৰিলেই ভাল হৱ| বিষ্ণু বাৰ্তা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

একো তথ্যসূত্ৰ নাই দিয়া বাবে "মৈলিক গৱেষণা" টেগ্‌ লগোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 06:45, 3 জুন 2013 (UTC)

প্ৰবন্ধত উল্লিখিত সকলো সঁজুলিৰ বিষয়ে পৃথকে পৃথকে লিখি এই প্ৰবন্ধটো তালিকালৈ ৰূপান্তৰ কৰিলে ভাল হয়। দিব্য দত্ত  (বাৰ্তা) 11:48, 20 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]