বাৰ্তা:আতন বুঢ়াগোহাঁই
অৱয়ব
নাম
[সম্পাদনা কৰক]শুদ্ধ বানান কোনটো: বুঢ়াগোঁহাই নে বুঢ়াগোহাঁই? --Chiring chandan (talk) 14:46, 26 April 2020 (ইউ.টি.চি.)
- বুঢ়াগোহাঁই। — গীতাৰ্থ বৰদলৈ (talk) 15:00, 26 April 2020 (ইউ.টি.চি.)
- @Gitartha.bordoloi: ঠিক আছে বাৰু। আন কিছুমান প্ৰবন্ধতো ঠিক কৰিব লাগিব তেন্তে। --Chiring chandan (talk) 15:17, 26 April 2020 (ইউ.টি.চি.)