সমললৈ যাওক

বাৰ্তা:আশীৰ্বাদৰ ৰং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিখকৰ পৰিচয়খিনি অৰুণ শৰ্মা মূল প্ৰবন্ধটোত ভৰাই দিয়াই ভাল হ'ব। গ্ৰন্থ পৰ্যালোচনা অংশটোৰ বাবে অলপ তথ্যসূত্ৰ যোগাৰ কৰিবলৈ অনামিকা বাইদেউক অনুৰোধ জনাইছোঁ। -- গীতাৰ্থ বৰদলৈ (talk) 17:39, 20 মাৰ্চ 2012 (UTC)

অ’ দুয়োটা মিলাই অৰুণ শৰ্মা প্ৰবন্ধটো উন্নতি কৰিব পৰা যাব| ইয়াটো অলপ থাকক| গোটেইবোৰ কাটিব নালাগে| নাইবা প্ৰবন্ধটো চমু হৈ যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:46, 20 মাৰ্চ 2012 (UTC)

আশীৰ্বাদৰ ৰংৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক