বাৰ্তা:আঁহত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:আহঁতৰ পৰা পুনঃনিৰ্দেশিত)

আঁহত নে আহঁত?[সম্পাদনা কৰক]

@Joli: আঁহত নামৰ পৃষ্ঠা এখন আগৰে পৰাই আছে। আঁহত নে আহঁত, কোনটো নাম শুদ্ধ বাৰু? --SlowPhoton (talk) 04:52, 24 মে' 2019 (ইউ.টি.চি.)

’অসমৰ উদ্ভিদ কোষ'ৰ পৰা চাই আহঁত লিখিছিলো৷ এতিয়া দেখিছোঁ, একেখন কিতাপতে আঁহত আৰু আহঁত দুয়োটা ব্যৱহাৰ কৰিছে৷ 'আঁহত' টোয়ে শুদ্ধ যেন লাগিছে৷অতিৰিক্ত তথ্যখিনি লৈ নতুন পৃষ্ঠাটো ডিলিট কৰি দিয়াই ভাল হ'ব নেকি?-জলি বৰা (talk) 05:04, 24 মে' 2019 (ইউ.টি.চি.)

@Joli: হয়। প্ৰবন্ধটোৰ নাম আঁহত ৰাখি আহঁতক redirect কৰি দিব পৰা যায়। দীঘলতী আৰু দীঘলতিৰ লগতো একেই সমস্যা। --SlowPhoton (talk) 06:02, 24 মে' 2019 (ইউ.টি.চি.)
 কৰা হ'লদিব্য দত্ত (বাৰ্তা) 18:05, 25 মে' 2019 (ইউ.টি.চি.)