বাৰ্তা:উত্তৰ মহাসাগৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিদ্যালয়ৰ পাঠ্যপুথিত নামটো 'উত্তৰ মহাসাগৰ' বুলি আছিল নেকি বাৰু? — গীতাৰ্থ বৰদলৈ (talk) 14:08, 24 August 2015 (UTC)

প্ৰশান্ত, আটলাণ্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ।
এছিয়া, আফ্ৰিকা, ইউৰোপ ( য়ুৰোপ ? ), উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এন্টাৰ্কটিকা মহাদেশ। JBDVIJASDVI (talk) 18:44, 24 August 2015 (UTC)
উত্তৰ মহাসাগৰ বুলি ৰিডিৰেক্ট কৰি দিওঁ তেন্তে?জলি বৰা (talk) 15:29, 25 August 2015 (UTC)
"উত্তৰ মহাসাগৰ" নামৰ হুবহু পৃষ্ঠা এটা আছিলেই! এইটো খালি কৰি পুনঃনিৰ্দেশ কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 15:54, 25 August 2015 (UTC)
এই অসমীয়া নামবোৰ লৈ বৰ সমস্যা দেই!জলি বৰা (talk) 17:51, 25 August 2015 (UTC)
ইতিহাসৰ পৰা মোৰ সম্পাদনা খিনি নোহোৱা হৈ গ'ল কিয় ? ইম্মান বেয়া লাগিছে ! কান্দি কান্দি দুদিন বিচাৰি ফুৰিলো।

আৰু এটা কথা ! এই পুনঃনিৰ্দেশ শব্দটোত গণ্ডগোল আছে দেই।

There are at least two distinct meanings of the English word Direct.

  • 1. direct verb (SAY WHERE) to ​tell someone how to get ​somewhere: মাৰ্গদৰ্শণ দে , বাট দেখা

Could you direct me to the ​airport?

I couldn't ​find the ​station, so I ​asked someone if they could direct me.

  • 2. direct verb (ORDER) to ​order someone, ​especially ​officially: নিৰ্দেশ দে

The ​judge directed the ​defendant to ​remain ​silent.

Obviously , here in wiki , we are using the word REDIRECT in the first sense in No.1 above and NOT in the second sense. Thus we can say পুনঃমাৰ্গদৰ্শিত etc for the template #.REDIRECT JBDVIJASDVI (talk) 04:05, 26 August 2015 (UTC)