সমললৈ যাওক

বাৰ্তা:উদজান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনামাটো 'উদজান' কৰি দিব পাৰি নেকি। — গীতাৰ্থ বৰদলৈ (talk) 08:49, 18 জানুৱাৰী 2014 (UTC)

সেইটো শিৰোনামা দিলে কোনেও হাইড্ৰ'জেন বুলি বুজিয়ে নাপাব, কাৰণ প্ৰায়ভাগেই এই শব্দটো নাজানে৷ 'উদজান', 'জলজান' দুয়োটালৈ ৰিডাইৰেক্ট কৰি ৰাখিলেই হ'ব কিজানি৷ Rumi Borah (talk) 09:12, 18 জানুৱাৰী 2014 (UTC)
কিন্তু অসমীয়া প্ৰতিশব্দ আছে যেতিয়া মূল নামটো সেইটো ব্যৱহাৰ কৰাই শ্ৰেয় বুলি ভাবোঁ। আমি নিজে প্ৰতিশব্দ সাজি ৱিকিপিডিয়াত দিলেহে ভুল হ'ব। অসমীয়া পাঠ্যপুথি, অসম বিজ্ঞান সমিতিৰ অভিধানত উদজান শব্দটো আছে। প্ৰবন্ধটোৰ ভিতৰত হাইড্ৰ'জেন শব্দটো থাকিব‌ই। গতিকে কাৰো বুজিবলৈ অসুবিধা হ'ব নালাগে। জলজান, হাইড্ৰ'জেন--->উদজান, এইদৰে পুনঃনিৰ্দেশ কৰাটো পছন্দ কৰিম। — গীতাৰ্থ বৰদলৈ (talk) 21:05, 18 জানুৱাৰী 2014 (UTC)
"হাইড্ৰ'জেন" প্ৰবন্ধটো উদজানলৈ পুন:নিৰ্দেশ কৰা হ'ল৷ Rumi Borah (talk) 15:37, 19 জানুৱাৰী 2014 (UTC)

উদজানৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক