বাৰ্তা:কাইথেলী অংক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"কাইথেলী অংক হৈছে গণিতৰ এক প্ৰকাৰ।" -- এইটো শুদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰথম বাক্যটো এনেদৰে লিখিব পাৰি-- "কাইথেলী অংক হৈছে প্ৰাচীন কায়স্থসকলে ভাষাৰ সুষমা যুক্ত কৰি সৃষ্টি কৰা পাটীগণিতীয় কিছুমান সাঁথৰ, আৰু সংখ্যা বা তেনে বিষয়-বস্তু প্ৰকাশৰ কিছুমান শাব্দিক কৌশল।"

আলোচনাৰ বাবে দিলোঁ, নিজে বাক্যটো যোগ কৰি দিয়াৰ পূৰ্বে। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 19:20, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একমত। - Joli Rumi (বাৰ্তা) 01:12, 28 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]