সদস্য বাৰ্তা:Pankaj Jyoti Mahanta

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Gonitpankajৰ পৰা পুনঃনিৰ্দেশিত)

বিষ্ণু শ‍ইকীয়া বাৰ্তা 21:15, 22 ছেপ্টেম্বৰ 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:08, 22 জানুৱাৰী 2012 (UTC)

আপুনি লিখা সম্পাদন কৰি শেষ কৰাৰ আগতেই মই প্রবন্ধটো সম্পাদনা কৰা বাবে ক্ষমা বিচাৰিছোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 17:22, 14 মাৰ্চ 2012 (UTC)

এই প্ৰবন্ধটো ম‍ই আকৌ আগৰ দৰে কৰিলো| তাৰ বাবে বেয়া নাপাব| পৃষ্ঠাৰ বাৰ্তাত অলপ লিখিছো| অনুগ্ৰহ কৰি এনে সৰু সৰু কথাত মন বেয়া নকৰিব| ৱিকিপিডিয়াত মাজে সময়ে এনেকুৱা হৈ থাকেই| আৰু ইয়াৰ ফলত সেই প্ৰবন্ধটো Good -> better -> Best শাৰীলৈ উত্তীৰ্ণ হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:16, 19 মাৰ্চ 2012 (UTC)

অ’ বোলো আজি শেনৰ এজাত দেখোন| বিৰামহীন ভাৱে পৃষ্ঠাকেইটা সৃষ্টি কৰিলে| ভাল লাগিল, এটা অভাৱ দূৰ হ’ল| পৃষ্ঠাকেইটা অলপ আৰু দীঘল কৰিব দেই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:06, 22 মাৰ্চ 2012 (UTC)

এনেকুৱাই হয়। লিখি লিখি থৈ দিছিলো word ত। একেলগে দি গ'লো ৱিকিপিডিয়াত। কেতিয়াবা আকৌ একেলগে কেইবাটাও দীঘল কৰি যাম...। (কেনেকৈ ইয়াত বাৰ্তা দিয়ে নাজানো কিন্তু দেই।) -- পংকজ জ্যোতি

আকৌ ধন্যবাদ| বেছিদিন এনেকৈ পেলাই থ’লে পোখালি {{stub}} টেগটোৱো লগতে দি থ’ব| লগতে প্ৰথম পেৰাটো অলপ লিখি ৰাখিলে দেখিবলৈ ভাল হয়| আলোচনাৰ বাবে আপুনি {{আলোচনা পৃষ্ঠা}}খন চাব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:32, 22 মাৰ্চ 2012 (UTC)

অসমীয়া ভাষাত একো উত্স (ৱেবছাইট) নাই "তথ্য সংগ্ৰহ" দিবলৈ, কথাটোৱে অলপ অসুবিধা দিয়ে। পংকজ জ্যোতি

সেইটো হয়| লাহে লাহে অলপ বিকাশ হৈছে তথাপি| কিতাপ পত্ৰ পেপাৰ আদিৰ পৰা দিব পাৰে| তেনেদৰেও চলে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:39, 22 মাৰ্চ 2012 (UTC)

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান বৰঙনিসমূহৰ বাবে সমূহ অসমীয়া ৱিকিপিডিয়ান ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো। আশাকৰোঁ আপুনি আগলৈও এনেদৰেই ৱিকিপিডিয়াৰ লগত যুক্ত হৈ থাকিব। আপোনাক এই পদক দিয়াত কিছু বিলম্ব হোৱা বাবে বেয়া নাপাব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:35, 5 এপ্ৰিল 2012 (UTC)

ধন্যবাদ জনাইছো, কিন্তু পদকটো সোনকালে দিলে নেকি.... কাম ধেই কৰিবলৈ আছে..... পংকজ জ্যোতি মহন্ত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

মাটি প্ৰবন্ধটো ভাল হৈছে। কেৱল তথ্যসূত্ৰ দিয়া অলপ ভুল হৈছে। কিতাপৰ পৰা তথ্য ল'লে কিতাপৰ নাম, লেখক, প্ৰকাশক, প্ৰকাশৰ বছৰ, পৃষ্ঠা সংখ্যা দিব লাগে। ৱেবছাইটৰ পৰা ল'লে ৱেবছাইটৰ নাম, ইউ আৰ এল, লেখক আৰু লিখনিৰ নাম থাকিলে সেই দুটা, প্ৰকাশৰ তাৰিখ, আহৰণ কৰা তাৰিখ এইবোৰ উল্লেখ কৰিব লাগে। সম্পাদনা পৃষ্ঠাৰ তলতে ওলাই থকা Prove it গেজেটটোৰে তথ্যসূত্ৰ দিয়া অতি সহজ। গেজেটটো ওলাই থকা নাই যদি পছন্দসমূহ>গেজেট>gadget-section-editing>Proveitত গৈ সেইটো চিহ্নিত কৰি পৰিৱৰ্তন সাঁচি ৰাখিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 10:06, 29 মে' 2012 (UTC)

ধন্যবাদ শিকাই দিয়া কাৰণে। শিকি আছো। এতিয়াৰ পৰা সেইদৰে যত্ন কৰিম। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) 10:19, 29 মে' 2012 (UTC)

নমস্কাৰ, Pankaj Jyoti Mahanta। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে

স্বাভাৱিক সংখ্যা[সম্পাদনা কৰক]

 কৰা হ'ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:17, 16 অক্টোবৰ 2012 (UTC)

:: এস, এইটোৱো নো কিবা বেয়া কথা হ’লনে বাৰু ? নিয়মমতে বাৰ্তা পৃষ্ঠাত দিয়া হয়, একো নাই.. বেয়া একো হোৱা নাই| খালী কৰি সদস্য বাৰ্তাত পুণৰ লিখিলেই হ’ব| (আদৰণি জনোৱা হ’ল যদি নালাগে আৰু..) বিষ্ণু শইকীয়া 17:38, 1 নৱেম্বৰ 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:20, 17 নৱেম্বৰ 2012 (UTC)

"সংখ্যাৰ প্ৰকাৰসমূহৰ তালিকা"খন সম্পূৰ্ণ কৰিবচোন। — গীতাৰ্থ বৰদলৈ (talk) 08:48, 3 জুন 2013 (UTC)

মই জনাকেইটা আগতে অনুবাদ কৰিছিলোঁ আৰু আজি দুটামান কৰিলোঁ। বাকীকেইটা অসমীয়াত লেখা ক'তো দেখা পোৱা মনত পৰা নাই বাবে মই লিখিব নোৱাৰিলোঁ। আনহাতে বাকীকেইটা সংখ্যা আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই বাবে অনুবাদ কৰিবলৈয়ো অসুবিধা পালোঁ। পংকজ জ্যোতি মহন্ত (talk) 10:10, 3 জুন 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Pankaj Jyoti Mahanta,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বাবুল বৈশ্য 08:30, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.