সমললৈ যাওক

বাৰ্তা:কিকি হাঁহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়াত কিকি হাঁহ নামৰ কোনো চৰাই জনা নাযায়। Cotton Pygmy Goose বা Cotton Teal, বৈজ্ঞানিক নাম-Nettapus coromandelianus চৰাইটো ঘিলা হাঁহ বা নাক খেচখেচী নামেৰে জনা যায়। ইয়াৰ এটা পৃষ্ঠা আছেই। এই কিকি হাঁহ বোলা পৃষ্ঠাতো আতৰাব লাগে।

পৃষ্ঠা অপ্ৰয়োজনীয়

[সম্পাদনা কৰক]

কিকি হাহ বোলা কোনো হাহৰ নাম জনা নাজায়। এয়া ঘিলা হাহৰহে তথ‍্য। ঘিলা হাহ নামৰ এটা পৃষ্ঠা আছেই আৰু তাত একেখিনি তথ‍্য আছে। গতিকে এই পৃষ্ঠাটো আতৰাব পাৰে। Abhijitsarma123 (বাৰ্তা) 12:16, 17 মে' 2022 (ইউ.টি.চি.)