সদস্য বাৰ্তা:Abhijitsarma123

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 06:59, 11 মে' 2022 (ইউ.টি.চি.)

খটিয়া পহু আৰু সুগৰি পহু[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি এই বাৰ্তা পৃষ্ঠাটো চাবচোন। ---Chandan Chiring Phukon  Chat 13:52, 14 মে' 2022 (ইউ.টি.চি.)

আপোনাৰ পৃষ্ঠাত উত্তৰ দিয়া চেষ্টা কৰিছিলো। পাইছে নে? Abhijitsarma123 (বাৰ্তা) 14:05, 14 মে' 2022 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

অশেষ ধন‍্যবাদ Abhijitsarma123 (বাৰ্তা) 12:18, 17 মে' 2022 (ইউ.টি.চি.)

পক্ষীৰাজ পদক[সম্পাদনা কৰক]

অভিনন্দন!

প্ৰিয় সতীৰ্থ, অসমত উপলব্ধ পক্ষী সমূহৰ বহুকেইখন উন্নতমানৰ আলোকচিত্ৰ আপলোড কৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াত সংযোগ কৰি প্ৰবন্ধসমূহৰ মান বঢ়োৱাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে। —Nayan j Nath (বাৰ্তা) 10:52, 25 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নয়ন নাথ ডাঙৰীয়া, এই পদকৰ বাবে আপোনাক মোৰ হৃদয়ৰ পৰা ধন‍্যবাদ জনালো। অসমীয়া ৱিকিপিডিয়া খন, বিশেষকে ইয়াৰ প্ৰাণী সমুহৰ পৃষ্ঠা বোৰ উন্নত কৰাৰ বহুত ইচ্ছা আছে। যিমান পাৰো কৰি যাম। আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ। Abhijitsarma123 (বাৰ্তা) 11:26, 25 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

জুলাই মাহৰ মনৰ কথা[সম্পাদনা কৰক]

নমস্কাৰ! অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী নৱাগত সদস্য হিচাপে আপোনাক জুন মাহৰ খতিয়ানেৰে প্ৰকাশৰ বাবে আগবঢ়া জুলাই মাহৰ ৱিকিপত্ৰিকা খনিৰ বাবে ৱিকিমিডিয়ানৰ মনৰ কথা লিখিবলৈ অনুৰোধ কৰিলোঁ। আশাকৰো আপোনাৰ ৱিকি অভিজ্ঞতা বা আপোনাৰ নিৰ্বাচিত বিষয় সম্পৰ্কীয় মনৰ কথাৰে পত্ৰিকাখনত সুৱগা চৰিব। ধন্যবাদ! -Nayan j Nath (বাৰ্তা) 15:39, 20 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]