সদস্য বাৰ্তা:Abhijitsarma123
নমস্কাৰ, Abhijitsarma123
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 06:59, 11 মে' 2022 (ইউ.টি.চি.)
খটিয়া পহু আৰু সুগৰি পহু
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এই বাৰ্তা পৃষ্ঠাটো চাবচোন। ---Chandan Chiring Phukon Chat 13:52, 14 মে' 2022 (ইউ.টি.চি.)
আপোনাৰ পৃষ্ঠাত উত্তৰ দিয়া চেষ্টা কৰিছিলো। পাইছে নে? Abhijitsarma123 (বাৰ্তা) 14:05, 14 মে' 2022 (ইউ.টি.চি.)
পদক
[সম্পাদনা কৰক]অশেষ ধন্যবাদ Abhijitsarma123 (বাৰ্তা) 12:18, 17 মে' 2022 (ইউ.টি.চি.)
পক্ষীৰাজ পদক
[সম্পাদনা কৰক]
অভিনন্দন! প্ৰিয় সতীৰ্থ, অসমত উপলব্ধ পক্ষী সমূহৰ বহুকেইখন উন্নতমানৰ আলোকচিত্ৰ আপলোড কৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াত সংযোগ কৰি প্ৰবন্ধসমূহৰ মান বঢ়োৱাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে। —Nayan j Nath (বাৰ্তা) 10:52, 25 May 2022 (ইউ.টি.চি.) |
নয়ন নাথ ডাঙৰীয়া, এই পদকৰ বাবে আপোনাক মোৰ হৃদয়ৰ পৰা ধন্যবাদ জনালো। অসমীয়া ৱিকিপিডিয়া খন, বিশেষকে ইয়াৰ প্ৰাণী সমুহৰ পৃষ্ঠা বোৰ উন্নত কৰাৰ বহুত ইচ্ছা আছে। যিমান পাৰো কৰি যাম। আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ। Abhijitsarma123 (বাৰ্তা) 11:26, 25 May 2022 (ইউ.টি.চি.)
জুলাই মাহৰ মনৰ কথা
[সম্পাদনা কৰক]নমস্কাৰ! অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী নৱাগত সদস্য হিচাপে আপোনাক জুন মাহৰ খতিয়ানেৰে প্ৰকাশৰ বাবে আগবঢ়া জুলাই মাহৰ ৱিকিপত্ৰিকা খনিৰ বাবে ৱিকিমিডিয়ানৰ মনৰ কথা লিখিবলৈ অনুৰোধ কৰিলোঁ। আশাকৰো আপোনাৰ ৱিকি অভিজ্ঞতা বা আপোনাৰ নিৰ্বাচিত বিষয় সম্পৰ্কীয় মনৰ কথাৰে পত্ৰিকাখনত সুৱগা চৰিব। ধন্যবাদ! -Nayan j Nath (বাৰ্তা) 15:39, 20 June 2022 (ইউ.টি.চি.)