বাৰ্তা:কৃষ্ণা দাশগুপ্ত
অৱয়ব
This article was created as part of Feminism and Folklore 2021 online edit-a-thon. |
দাশগুপ্ত
[সম্পাদনা কৰক]@Babulbaishya: অসমীয়াকৰণ কৰিলে দাসগুপ্ত বা দাসগুপ্তা হ'ব নেকি? --SlowPhoton (talk) 12:09, 7 February 2021 (ইউ.টি.চি.)
- বঙালীত 'দাশগুপ্ত' হয়৷ ইয়াত মূল বানান অনুসৰণ কৰা হৈছে৷ বঙালীত দাশ আৰু দাস দুয়োটা শব্দৰে ব্যৱহাৰ আছে৷ বঙালী মূলৰ অসমীয়া গল্পকাৰ ৰমা দাশৰ উপাধিৰ বানানটো মন কৰিব৷ বাবুল বৈশ্য (talk) 13:25, 7 February 2021 (ইউ.টি.চি.)
- ঠিক আছে। ৱিকিপিডিয়াৰ সকলোতে একে বানান ৰাখিব পাৰিলে ভাল হয়। --SlowPhoton (talk) 13:54, 7 February 2021 (ইউ.টি.চি.)