বাৰ্তা:কেৰাচিন লেম্প

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@Chiring chandan:, এই প্ৰবন্ধটো ইংৰাজীৰ Kerosene lamp শীৰ্ষক প্ৰবন্ধটোৰ পৰা অনুবাদ কৰি থকা হৈছে। সেয়েহে অসমীয়াতো ইয়াৰ নাম কেৰাচিন লেম্প ৰখা ভাল হ’ব বুলি ভাবো। কাৰণ হাৰিকেন লেম্প (যাক বহুত ঠাইত হাতলেম বুলি কোৱা হয়) বিভিন্ন কেৰাচিন চাকিৰ এটা প্ৰকাৰহে। বাবুল বৈশ্য (বাৰ্তা) 14:56, 24 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Babulbaishyaদা, আপোনাৰ মন্তব্যটো সমৰ্থন কৰিছোঁ। অৱশ্যে এইটো পৃষ্ঠাৰ সৃষ্টিকৰ্তা হানিফ আলিহে। নামকৰণ তেওঁ কৰিছে সম্ভৱ! Nayan j Nath (বাৰ্তা) 15:26, 24 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Babulbaishya:দা, আপোনাৰ প্ৰস্তাৱটোত সমৰ্থন জনালোঁ। ---Chandan Chiring Phukon Chat 16:35, 24 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]