বাৰ্তা:ক্ষ্মেৰ ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাষাটোৰ নাম খমেৰ ভাষা বুলি পাঠ্যপুথিত পাইছোঁ। যদিও উচ্চাৰণৰ ফালৰ পৰা খমেয় বা খমায় হে বেছি ওচৰ চপা যেন লাগে।- অজয়  কথা-বতৰা 12:51, 24 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰথমতে মই খমেৰ সাম্ৰাজ্য শীৰ্ষক দি প্ৰৱন্ধটো লিখিছিলোঁ। পৰবৰ্তী সময়ত @Chiring chandan ই নামটো সলাবলৈ বাৰ্তা দিছিল। সেই গতিকে, নামটো সলাই ক্ষ্মেৰ সাম্ৰাজ্য দিছিলোঁ।
 
তদুপৰি, খমেৰ সাম্ৰাজ্যতকৈ, ক্ষ্মেৰ সাম্ৰাজ্য টোহে উচিত হ'ব যেন পাইছোঁ। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ জনজাতি ইত্যাদি কিতাপ-পত্ৰতো ক্ষ্মেৰ বুলিহে আছে।
Thesaurabhsaha (বাৰ্তা) 15:59, 24 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ অসমীয়া ভাষা বিজ্ঞানৰ কেইবাখনো পুথিত খমেৰ বুলিয়ে পাইছোঁ বাৰু। হয়তো বৰ্তমানৰ পাঠ্যপুথি সমূহত নতুন আখৰ জোঁটনি নীতি অনুসৰি সৰলীকৰণ কৰা হৈছে। সেয়ে খমেৰক ক্ষ্মেৰলৈ পুনঃনিৰ্দেশ কৰা ভাল হ'ব।- অজয়  কথা-বতৰা 15:42, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]