বাৰ্তা:কৰ'নাভাইৰাছ ৰোগ ২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


Edit protection[সম্পাদনা কৰক]

The article can now be edited by only Autoconfirmed users. Expiry time- 1 month. — গীতাৰ্থ বৰদলৈ (talk) 09:29, 2 April 2020 (ইউ.টি.চি.)


নাম[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ বাবে ব্যৱহৃত নিয়মাৱলী অনুসৰি N-ৰ বাবে "ন" লিখা হ'ব। "কৰ'না" লিখিলে kəˈroʊ nə এই IPA উচ্চাৰণৰ ওচৰ চাপিব। গতিকে সকলো ঠাইতে নাম সলাই এই পৃষ্ঠাটো স্থানান্তৰৰ প্ৰস্তাৱ দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 07:54, 30 April 2020 (ইউ.টি.চি.)

হয়, বহুকেইখন সংবাদ পত্ৰতো “কৰ'না” ব্যৱহাৰ কৰা দেখিছোঁ। দিব্য দত্ত (বাৰ্তা) 10:46, 30 April 2020 (ইউ.টি.চি.)
বিদেশী শব্দত ণ-ত্ব বিধি ষ-ত্ব বিধি প্ৰয়োগ কৰিব‌ নালাগে। সেয়েহে ক'ৰ'না হ'ব লাগে। মূল শব্দটো ল্যতিন। তাত মূৰ্ধণ্য ধ্বনিৰ নাই। Biswangc (talk) 07:29, 2 June 2020 (ইউ.টি.চি.)
প্ৰবন্ধটো "কৰ'নাভাইৰাছ ৰোগ ২০১৯" নামলৈ স্থানান্তৰ কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 12:05, 13 June 2020 (ইউ.টি.চি.)