সমললৈ যাওক

বাৰ্তা:চুতীয়া ৰাজ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 2 মাহ পূৰ্বে by Nayan j Nath in topic সতৰ্কবাণী

সুন্দৰ বিষয়| প্ৰবন্ধৰ নাম চুতীয়া সাম্ৰাজ্য দিলে ভাল হ’ব নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:19, 11 আগষ্ট 2012 (UTC)


Kingdomৰ বাবে "ৰাজ্য" শব্দটো থোৱাই ভাল। Empire হ'লেহে "সাম্ৰাজ্য" শব্দটো মোৰ বোধেৰে শুৱাব। — গীতাৰ্থ বৰদলৈ (talk) 16:53, 11 আগষ্ট 2012 (UTC)
@Bishnu Saikia, Gitartha.bordoloi: This is an extremely important article, for Assamese Wikipedia, at least. But most of what is written here is not historical. Please check en:Chutia kingdom and the talk pages there. চাইপাও 20:53, 31 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্য

[সম্পাদনা কৰক]

@Ananya Taye:, আপুনি শেহতীয়াকৈ এই প্ৰবন্ধটো যথেষ্ট বৰ্ধন কৰা দেখা গৈছে। কিন্তু "বৰটোপ"ৰ দৰে অনুচ্ছেদ আৰু "দুৰ্লভনাৰায়ণ" প্ৰসংগৰে প্ৰবন্ধটো অনাৱশ্যকভাৱে দীঘল কৰা হৈছে। লগতে "এই সকলো তথ্যৰ ভিত্তিত গম পোৱা যায় যে" জাতীয় কথাবোৰো উপযুক্ত উৎস সমৰ্থিত হোৱা নাই। কেইবা ঠাইত মাটিদানৰ ফলিৰ দৰে প্ৰাথমিক উৎসক তথ্যউৎস হিচাপে উল্লেখ কৰা হৈছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:13, 1 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

সতৰ্কবাণী

[সম্পাদনা কৰক]

@Ananya Taye:, আপুনি শেহতীয়াকৈ এই প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাৰ আলোচনাসমূহ আতৰাই দিয়া দেখা গৈছে। অভিষ্যতে এই পৃষ্ঠাৰ লগতে অন্য কোনো পৃষ্ঠাত আলোচনা আৰু সন্মতি অৱিহনে এনেধৰণৰ সম্পাদনা নকৰিবলৈ সচেতন কৰি দিয়া হ'ল। -Nayan j Nath (বাৰ্তা) 17:47, 26 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক