সমললৈ যাওক

বাৰ্তা:চে গোৱেৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by Babulbaishya in topic নাম


নাম

[সম্পাদনা কৰক]

চে গোৱেৰাৰ সলনি স্পেনিছ ভাষাৰ উচ্চাৰণ অনুসৰি চে গেভাৰা হে হ'ব লাগে। আইপিএ (স্পেনিছ: [ˈtʃe ɣeˈβaɾa]) অনুসৰিও গেভাৰা বেছি ওচৰ চপা যেন লাগে। লগতে বাংলা ভাষাটো তেনেকৈ ৰখা হৈছে।- অজয়  কথা-বতৰা 02:26, 22 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

অজয়ৰ মন্তব্যৰ সৈতে ময়ো একমত। শুদ্ধ উচ্চাৰণৰ বাবে এই এই লিংকটো চাব পাৰে। অৱশ্যে ‘চে’ৰ উচ্চাৰণো মূলৰ সৈতে সিমান নিমিলে। তথাপি চলি যায়। বাবুল বৈশ্য (বাৰ্তা) 16:21, 22 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক