বাৰ্তা:ছি জিনপিং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Xi pronounced as ছী

JBDVIJASDVI (talk) 14:48, 15 July 2015 (UTC)

Xi Jinping: SHEE jin PING (-sh as in ship, -j as in Jack, -i as in sit, -ng as in sing)[1]

SH+EE = SHEE গতিকে ছ+ঈ = ছী ....... ঈ-কাৰ হোৱাটো বাঞ্চনীয় । Well, one of our Doordarshan News reader also once pronounced it as Eleven Jinping which might have cost her job!

JBDVIJASDVI (talk) 17:09, 16 July 2015 (UTC)

আপুনি কোৱা কথাটো শুদ্ধ হ'বও পাৰে, পিচে অসমীয়া ভাষাত হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণ থাকে জানো?? মই স্কুলীয়া ছাত্ৰ, মই বিশেষ নাজানো! IKHazarika (talk) 08:22, 17 July 2015 (UTC)

হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণ থাকেনে নাথাকে মইয়ো নাজানো কিন্তু হ্ৰস্ব-ই দীৰ্ঘ-ঈ দুয়োটা কাৰ য়েই আছে বুলি আমাৰ স্কুলত জুলি বাইদেৱে শিকাইছে । গতিকে যথাস্থানত ব্যৱহাৰ কৰাত কিবা অসুবিধা আছে জানো ? JBDVIJASDVI (talk) 18:15, 17 July 2015 (UTC)

মই কেইখনমান কিতাপত চালো (ৰচনা সঞ্চয়ন, ৰচনা প্ৰবাহ)। ঐ আৰু ঔৰ বাহিৰে সকলো স্বৰবৰ্ণৰ উচ্চাৰণ চুটি। ছি হওক বা ছী, উচ্চাৰণ চুটিয়েই হ'ব! ছী জিনপিং কৰিবলৈ আকৌ প্ৰবন্ধটো মুভ কৰিব লাগিব। আন্তঃৱিকি লিংককেইটা সলনি হ'বলৈও সময় লাগে।

অৰুণোদয় যুগত উচ্চাৰণ অনুসৰি বানান লিখাৰ ব্যৱস্থা হৈছিল। কিন্তু মানুহ ভেদে , স্থান ভেদে উচ্চাৰণ বেলেগ বেলেগ হয়। বানানবোৰো যদি সেইমতে বেলেগ বেলেগ হবলৈ ধৰে তেতিয়া কথাটো কি হব ধৰিব পাৰিছানে? খোনা মানুহ এজনে দেখুন প্ৰবন্ধ লিখি শেষেই কৰিব নোৱাৰিব। হেমকোষ যুগৰ পৰা বানান বোৰ standardize কৰা হৈছে বুলি আমাৰ স্কুলত জুলি বাইদেৱে শিকাইছে। JBDVIJASDVI (talk) 09:47, 25 July 2015 (UTC)

উদ্ধৃতি[সম্পাদনা কৰক]

  1. http://www.bbc.co.uk/blogs/magazinemonitor/2012/11/how_to_say_chinese_leaders.shtml