বাৰ্তা:জৈৱ ৰসায়ন
অৱয়ব
শিৰোনাম
[সম্পাদনা কৰক]জৈৱ ৰসায়ন পৃষ্ঠাটো জৈৱিক ৰসায়নলৈ স্থানান্তৰ কৰা উচিত৷ কাৰণ শব্দ ডট্ অৰ্গত থকা মতে জৈৱ ৰসায়ন মানে হ'ল Bio Chemistry আৰু জৈৱিক ৰসায়ন মানে Organic Chemistry৷ কিন্তু ইয়াত থকা কথাখিনি Organic Chemistryহে Bio Chemistry নহয়। গতিকে নামটো ভুল হৈ থকা যেন লাগিছে৷ (Bidyut13)
- আন সদস্যসকলৰ মতামত আশা কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:59, 7 October 2015 (UTC)
- প্ৰৱন্ধটো বিলুপ্ত কৰা বা স্থানান্তৰ কৰাৰ প্ৰয়োজন নাই, লিখা খিনি সলাই দিলেই হ'ব। Organic chemistryৰ কথা খিনি ইয়াত লিখি দিলেই হৈ যাব। - দিব্য দত্ত (talk) 19:21, 7 October 2015 (UTC)
- পৃষ্ঠাখনত জৈৱৰসায়নৰ কথাখিনি লিখি দিলো৷কিন্তু English Wikiখন খুলিলে Organic Chemistryখোল খায়৷য'ত Bio Chemistry খোল খাব লাগিছিল৷আপোনালোকে অলপ চাবচোন৷মই পৰা নাই৷
- প্ৰৱন্ধটো বিলুপ্ত কৰা বা স্থানান্তৰ কৰাৰ প্ৰয়োজন নাই, লিখা খিনি সলাই দিলেই হ'ব। Organic chemistryৰ কথা খিনি ইয়াত লিখি দিলেই হৈ যাব। - দিব্য দত্ত (talk) 19:21, 7 October 2015 (UTC)