বাৰ্তা:জৈৱ ৰসায়ন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

জৈৱ ৰসায়ন পৃষ্ঠাটো জৈৱিক ৰসায়নলৈ স্থানান্তৰ কৰা উচিত৷ কাৰণ শব্দ ডট্ অৰ্গত থকা মতে জৈৱ ৰসায়ন মানে হ'ল Bio Chemistry আৰু জৈৱিক ৰসায়ন মানে Organic Chemistry৷ কিন্তু ইয়াত থকা কথাখিনি Organic Chemistryহে Bio Chemistry নহয়। গতিকে নামটো ভুল হৈ থকা যেন লাগিছে৷ (‎Bidyut13)

আন সদস্যসকলৰ মতামত আশা কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:59, 7 October 2015 (UTC)
প্ৰৱন্ধটো বিলুপ্ত কৰা বা স্থানান্তৰ কৰাৰ প্ৰয়োজন নাই, লিখা খিনি সলাই দিলেই হ'ব। Organic chemistryৰ কথা খিনি ইয়াত লিখি দিলেই হৈ যাব। - দিব্য দত্ত (talk) 19:21, 7 October 2015 (UTC)
পৃষ্ঠাখনত জৈৱৰসায়নৰ কথাখিনি লিখি দিলো৷কিন্তু English Wikiখন খুলিলে Organic Chemistryখোল খায়৷য'ত Bio Chemistry খোল খাব লাগিছিল৷আপোনালোকে অলপ চাবচোন৷মই পৰা নাই৷
 কৰা হ'ল — গীতাৰ্থ বৰদলৈ (talk) 17:34, 26 January 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]