সমললৈ যাওক

বাৰ্তা:জোনবিৰি (গল্প সংকলন)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জোনবিৰি (গল্প সংকলন)ৰ শেহতীয়া সম্পাদনাত কিছুমান প্রত্যক্ষ উক্তি সলনি কৰা হৈছে।'এগজেক্ট ডিটেইলছ' বা 'ক্লু','ষ্টৰী' আদি শব্দ বোৰ যিহেতু সৌৰভ কুমাৰ চলিহা বা মাইনী মহন্তই ব্যৱহাৰ কৰিছে বা সেয়া প্রত্যক্ষ্য উক্তিৰ শব্দ, সেয়া সলনি কৰা উচিত জানো?মন কৰিবচোন। Nayanjyoti sarma (talk) 15:02, 18 অক্টোবৰ 2012 (UTC)

থিক কৰি দিলোঁ বাৰু। Ani ttbr (talk) 17:07, 18 অক্টোবৰ 2012 (UTC)

জোনবিৰি (গল্প সংকলন)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক