বাৰ্তা:জোনাকী (আলোচনী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আলোচনীখনৰ উদ্দেশ্যৰ অংশটো চিধাচিধি অনুবাদ নকৰে যেন। সেইখিনি মূল অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি থোৱা আছে। গতিকে কোনোবাই মূল কথাখিনি পালেহে যেন ইয়াত সন্নিৱিষ্ট কৰে। — গীতাৰ্থ বৰদলৈ (talk) 07:07, 18 ফেব্ৰুৱাৰী 2013 (UTC)