সমললৈ যাওক

বাৰ্তা:ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চিনেমাখনৰ নাম অসমীয়াত "ডক্তৰ বেজবৰুৱা" হ'বনে? মোৰ বোধেৰে হয় "ডাঃ বেজবৰুৱা" লিখিব লাগিব নহয় "ডাক্তৰ বেজবৰুৱা" লিখিব লাগিব৷ আনহাতে ডক্তৰ হ'লেও ডক্টৰহে হ'ব৷ বৃত্তগতভাৱে যিহেতু তেওঁ এজন ডাক্তৰ গতিকে চলচ্চিত্ৰখনৰ নামো "ডাক্তৰ বেজবৰুৱা" হ'ব৷ Anjal Borah (talk) 12:38, 8 নৱেম্বৰ 2012 (UTC)

চিনেমাখনৰ পোষ্টাৰত (ব্ৰজেন বৰুৱা প্ৰৱন্ধত ছবিখন আছে) এইটো নামেই আছ। সেইকাৰণে তেনেকৈয়ে লিখিলোঁ।উদ্দীপতালুকদাৰ (talk) 12:41, 8 নৱেম্বৰ 2012 (UTC)
তেন্তে ঠিকেই আছে৷ কিন্তু কিতাপত সাধাৰণতে "ডাঃ বেজবৰুৱা" বুলিও পালোঁ৷ Anjal Borah (talk) 12:43, 8 নৱেম্বৰ 2012 (UTC)

ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক