সমললৈ যাওক

বাৰ্তা:ডিচমেনৰিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by দিব্য দত্ত

প্ৰবন্ধটোৰ মূল নাম "ডিচমেনৰিয়া"হে হ'ব লাগিছিল, এতিয়া এইটো নাম পুনৰ্নিৰ্দেশহে হৈ আছে। বিষ্ণু দাই পুনৰ্নিৰ্দেশটো কাটি নামটো ওলোটাই দিয়ক। প্ৰবন্ধটোত তথ্যসূত্ৰ নাই, লগতে ব্যক্তিগত মত কিছুমান আছে। ঠিক কৰিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 09:34, 19 আগষ্ট 2012 (UTC)

ডিচমেনৰিয়ালৈ move কৰি দিলো, প্ৰথমৰটো প্ৰয়োজন হ’লে বিষ্ণু দাই মোহাৰি দিব | নিজা ম‍তবোৰ কিবা indirect বাক্য কৰি দিব গীতাৰ্থ দা দীপাংকৰ চেতিয়া বাৰ্তা 09:54, 19 আগষ্ট 2012 (UTC)
অসমীয়াত এই ৰোগটোক “চুৱা কামূৰণি” বুলি কয় নেকি? দিব্য দত্ত (বাৰ্তা) 07:43, 23 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক