বাৰ্তা:ডিচমেনৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

প্ৰবন্ধটোৰ মূল নাম "ডিচমেনৰিয়া"হে হ'ব লাগিছিল, এতিয়া এইটো নাম পুনৰ্নিৰ্দেশহে হৈ আছে। বিষ্ণু দাই পুনৰ্নিৰ্দেশটো কাটি নামটো ওলোটাই দিয়ক। প্ৰবন্ধটোত তথ্যসূত্ৰ নাই, লগতে ব্যক্তিগত মত কিছুমান আছে। ঠিক কৰিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 09:34, 19 আগষ্ট 2012 (UTC)

ডিচমেনৰিয়ালৈ move কৰি দিলো, প্ৰথমৰটো প্ৰয়োজন হ’লে বিষ্ণু দাই মোহাৰি দিব | নিজা ম‍তবোৰ কিবা indirect বাক্য কৰি দিব গীতাৰ্থ দা দীপাংকৰ চেতিয়া বাৰ্তা 09:54, 19 আগষ্ট 2012 (UTC)