বাৰ্তা:ঢেকীয়াখোৱা বৰনামঘৰ
অৱয়ব
শুদ্ধ নাম "ঢেকীয়াখোৱা" নে "ঢেঁকীয়াখোৱা"? মহেশ্বৰ নেওগৰ সম্পাদনাৰ "পৱিত্ৰ অসম"ত 'ঢেকীয়াখোৱা' বুলি আছে। কিন্তু শাকবিধৰ নাম "ঢেঁকীয়া" বুলি আধুনিক অসমীয়া অভিধানত আছে। অনলাইন চন্দ্ৰকান্তত শাকবিধৰ নাম চন্দ্ৰবিন্দু থকা-নথকাকৈ দুয়োভাগে আছে। — গীতাৰ্থ বৰদলৈ (talk) 14:31, 20 জানুৱাৰী 2013 (UTC)
- "ঢেকীয়াখোৱা"হে হ'ব। এই তোৰণখনত লিখা আছে। Ani ttbr (talk) 16:00, 20 জানুৱাৰী 2013 (UTC)
ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ঢেকীয়াখোৱা বৰনামঘৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।