বাৰ্তা:দেউল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটো আৰম্ভ কৰা হৈছে৷ আৰু লিখিবলৈ বাকী আছে৷ বৰ্তমান আনে যেন সম্পাদনা নকৰে৷ ধন্যবাদ৷

Anjal Borah (talk) 10:37, 9 মাৰ্চ 2012 (UTC)

আপুনি {{সম্পাদনা দ্বন্দ}} সাঁচটো লগাই থওক। গীতাৰ্থ বৰদলৈ (talk)

সাধাৰণকৰণ (generalization) দেউল > দৌলোৎসব[সম্পাদনা কৰক]

অঞ্জল, অসমৰ বিভিন্ন জেগাত দৌলোৎসব পালন কৰা হয়। উদাহৰণস্বৰুপে তেজপুৰ চটিয়াৰ ওচৰৰ নাগশংকৰ দেৱালয়তো কৰা হয়। গতিকে বিষয়টো সাধাৰণকৰণ কৰি দেউল > দৌলোৎসব কৰিলে কেনে হয়? বিবেচনা তোমাৰ হাতত এৰিলোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 08:08, 29 এপ্ৰিল 2012 (UTC)

কৰিব পাৰি৷ কিন্তু নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত দুয়োটা শব্দই গুৰুত্বপূৰ্ণ৷ আমি "দৌলোৎসব" আৰু "দেউল" দুয়োটাকে ৰাখিলেহে সকলো মানুহে বুজি পাব যেন লাগে৷ Anjal Borah (talk) 05:37, 30 এপ্ৰিল 2012 (UTC)