বাৰ্তা:দ্য কাশ্মীৰ ফাইলচ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

@হানিফ আলী:

 দি কাশ্মিৰী ফাইলচৰ পৰিৱৰ্তে দ্য কাশ্মীৰ ফাইলচ বা দ্য কাশ্মীৰ ফাইলছ (ইংৰাজী: The Kashmir Files) -হে হ’ব লাগিছিল যেন পাওঁ! 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:09, 19 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যান্ত্ৰিক অনুবাদ[সম্পাদনা কৰক]

এই প্ৰবন্ধটো মূল ইংৰাজী প্ৰবন্ধটোৰ পৰা পুৰাপুৰি যান্ত্ৰিক পদ্ধতিৰে অনুবাদ কৰা হৈছে, যাৰবাবে অৰ্থৰ গুৰুতৰ বিসংগতি ঘটিছে। ইয়াৰ ফলত পঢ়ুৱৈ বিভ্ৰান্ত হ'ব। অনুবাদত হাত নুফুৰালে এই প্ৰবন্ধটোৰ ক্ষীপ্ৰ বিলোপনৰ প্ৰস্তাৱ উত্থাপন কৰাও হ'ব পাৰে। পোনপতীয়া যান্ত্ৰিক অনুবাদক ৱিকিপিডিয়াই কোনো ক্ষেত্ৰতে সমৰ্থন নকৰে।বাবুল বৈশ্য (বাৰ্তা) 16:56, 19 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]