বাৰ্তা:পাটীগণিত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা



প্ৰথম বাক্যটো ঠিক কৰিবলগীয়া হৈ আছে। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 13:17, 26 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Gonitpankaj দা, থিক কৰি দিব। লগতে অসমীয়া ৱিকিত গণিতৰ বহুত প্ৰবন্ধ নাই, মই দুই এটা লিখিছিলোঁ। লিখিবচোন পাৰিলে। -Nayan j Nath (বাৰ্তা) 13:41, 26 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
দহ বছৰমান আগতে লিখিছিলোঁ গণিতৰ এটা নে দুটা। এতিয়া মাজে মাজে এনেকৈ কিবা দেখিলে কৰি থাকোঁ। চেষ্টা কৰিম বাৰু। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 16:16, 26 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gonitpankaj দা, বিষয়টোত ভাল দখল থকা মানুহে লিখিলে ভাল। ইংৰাজী প্ৰবন্ধবোৰৰ পৰা অনুবাদ কৰি লিখিবলৈ আৰু সুবিধা। প্ৰয়োজনীয় সংশোধনখিনি কৰি ল'ব লাগে। Nayan j Nath (বাৰ্তা) 16:20, 26 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]