বাৰ্তা:পাটেকীবড়ি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী শব্দ Patekibori ৰ অসমীয়া প্ৰতিশব্দ সন্দৰ্ভত থকা খেলি-মেলি[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান Patekibori ৰ সঠিক অসমীয়া প্ৰতিশব্দ পাটেকীবৰি বুলি লেখাটোত দিয়া হৈছে, কিন্তু ঠাই বিশেষে পাতেকিবৰি নাইবা পাটেকীবঢ়ি বুলি দিয়া আছে। এই সন্দৰ্ভত অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক সকলৰ মতামত বিছাৰিছো।

Thesaurabhsaha (বাৰ্তা) 12:03, 23 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিভ্ৰান্তিজনক তথ্য প্ৰকাশ নকৰিবলৈ আহ্বান।
পাটেকীবৰি শব্দ কোনো উদ্ধৃতি নাই। Assamese wiki (বাৰ্তা) 14:02, 9 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]