সমললৈ যাওক

বাৰ্তা:প্ৰিয়ংকা চোপ্ৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"চমকপ্রদ সাফল্য" অনুচ্ছেদটোৰ নামটো সলাই দিলে কেনে হয়? কাৰণ "সাফল্য" শব্দটো তুলনামূলক। প্রভাকৰ শৰ্মা নেওগ (talk) 14:11, 12 অক্টোবৰ 2012 (UTC)


উল্লেখযোগ্য সাফল্য দিব পাৰি নেকি ? আৰু মই ইয়াত উক্তি সমূহ ইংৰাজীতো লিখি দিছো....অকল অসমীয়াটো ৰাখিলে অৰ্ধসমাপ্ত টেগ টো গুচাব পৰা যাব? নে কি কৰিব লাগিব? ……………Nayanjyoti sarma (talk) 11:58, 29 জানুৱাৰী 2013 (UTC)


উক্তিবোৰ ইংৰাজীতেই দিয়াৰ বাবে প্ৰবন্ধটোত ইংৰাজী শব্দ অধিক সোমাই পৰিছে| উক্তিবোৰ অনুবাদ কৰিলে ভাল হ’ব বোধহয়| তাৰ পাছত এবাৰ প্ৰবন্ধৰ বানান, দাৰি, ক’মা, লিংক আদিবোৰ চাই সন্মূখৰ টেগ আতৰাব পাৰিবা| লগতে ভাল প্ৰবন্ধ হিচাপে মনোনীত কৰিব পাৰিবা যেনো পাইছো| বিষ্ণু শইকীয়া 14:33, 30 জানুৱাৰী 2013 (UTC)

ভাল প্রবন্ধ নহলেও ইয়াক উত্‍কৃষ্ট কৰিব খোঁজো। ড্রীম গার্লৰ বিষয়ে ড্রীম আর্টিকল যে :P Nayanjyoti sarma (talk) 14:44, 30 জানুৱাৰী 2013 (UTC)

ঠিক আছে | চেষ্টা কৰছোন| বিষ্ণু শইকীয়া 14:53, 30 জানুৱাৰী 2013 (UTC)

প্ৰস্তাৱ

[সম্পাদনা কৰক]