বাৰ্তা:পৰশুৰাম কুণ্ড

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমস্যা এটা হৈ আছে, "==তথ্য সংগ্ৰহ==" শিৰোনামাটোৱে কাম কৰা নাই। কোনোবা এজনে ঠিক কৰি দিয়কচোন। ধন্যবাদ অংকুৰ দত্ত (talk) 18:28, 24 জানুৱাৰী 2014 (UTC)

ঠিক কৰিলোঁ। লগতে ইয়াৰ Infoboxটোও সলাই দিলোঁ। Ani ttbr (talk) 18:42, 24 জানুৱাৰী 2014 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

অংকুৰ দত্ত (talk) 18:44, 24 জানুৱাৰী 2014 (UTC)

কিন্তু এতিয়া কিছুমান খেলি মেলি হৈ গৈছে....চওঁকচোন, ক'ড হেৰাইছে চাগৈ !! অংকুৰ দত্ত (talk) 18:46, 24 জানুৱাৰী 2014 (UTC)

Coordinate দিয়া হোৱা নাই বাবে এনেকুৱা হৈ আছে। Ani ttbr (talk) 18:50, 24 জানুৱাৰী 2014 (UTC)