সমললৈ যাওক

সদস্য বাৰ্তা:Ankur d

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জ্যোতি প্ৰকাশ নাথ (talk) 17:39, 22 নৱেম্বৰ 2013 (UTC)

ধন্যবাদ অংকুৰ দত্ত 11:24, 19 জানুৱাৰী 2014 (UTC)

বঢ়িয়া!

[সম্পাদনা কৰক]

বঢ়িয়া অংকুৰ। আজি মাত্ৰ এবেলাতে তুমি কাৰিকৰী কথা শিকি লৈ ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বঢ়িয়াকৈ আৰম্ভ কৰিলা। কিবা অসুবিধা পালে অসমীয়া ৱিকিপিডিয়াৰ ফে'ছবুক গোটটোতে সুধিবা, সকলোৱে সহায় কৰিব। --প্ৰণৱ জ্যোতি ভূঞা (talk) 18:11, 19 জানুৱাৰী 2014 (UTC)

ট্ৰাই কৰি আছোঁ আৰু এতিয়া "ঘিলামৰা" লিখিলোঁ, এবাৰ চাবচোন কেনেকুৱা হৈছে অংকুৰ দত্ত (talk) 19:16, 19 জানুৱাৰী 2014 (UTC)

ভাল হৈছে, মই অলপ পোনাই দিছোঁ। যেনে numbered list লিখিবলৈ
# aaaaaaa
# bbbbbbb
# ccccccc

এনেকৈ লিখিবাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 04:22, 20 জানুৱাৰী 2014 (UTC)

ভাল হৈছে, অংকুৰ। এদিনতে তুমি নিয়াৰিকৈ লিখিব পৰা হ'লা। লাগি থাকিবা। প্ৰণৱ জ্যোতি ভূঞা (talk) 08:26, 20 জানুৱাৰী 2014 (UTC)

মই প্ৰৱন্ধৰ লগত সংযোগ কৰা ফটোবোৰ wikipedi আঁতৰাই গৈ আছে, মইতো commons ত আপলোড কৰোঁতে বেলেগৰ লাইচেন্স বুলি উল্লেখ কৰি দিছিলোঁ। আৰু যিকেইটা মোৰ লাইচেন্স দিছো, তাৰো দুটামান আঁতৰাই দিছো। সহায় কৰকচোন কোনোবাএজনে। ধন্যবাদ অংকুৰ দত্ত (talk) 09:23, 22 জানুৱাৰী 2014 (UTC)

অসম পুলিচ

[সম্পাদনা কৰক]

মোৰ বাৰ্তা পৃষ্ঠাতে তোমাৰ বাৰ্তাৰ উত্তৰ দিছোঁ। পঢ়ি চাবাঁ।

আৰু এটা কথা। বাৰ্তা লিখাৰ পাচত ~~~~ এনেকৈ লিখি চাইন কৰিবাঁ, নহ'লে তুমি লিখিছাঁ বুলি মানুহে কেনেকৈ জানিব? ইয়াত যে তলত মোৰ চাইনটো, সেইটো তেনেকৈ কৰা।

প্রভাকৰ শৰ্মা নেওগ (talk) 14:03, 22 জানুৱাৰী 2014 (UTC)

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

আপুনি প্ৰবন্ধত ইংৰাজী ৱিকিৰ লিংক দিয়া দেখিছোঁ। সেয়া দিয়াৰ দৰকাৰ নাই। আৰু ৱিকিপিডিয়াত কোনো ব্লগৰ পৰা ৰেফাৰেঞ্চ দিয়া নহয়। তথ্য সূত্ৰ দিওতে ইংৰাজী প্ৰবন্ধৰ সহায় ল'ব পাৰে। নহ'লে প্ৰুভ ইট্‌ সঁজুলিটো ব্যৱহাৰ কৰিব পাৰে। Ani ttbr (talk) 18:48, 24 জানুৱাৰী 2014 (UTC)

মোডি-->মোডী

[সম্পাদনা কৰক]

তুমি কোৱা ধৰণে নৰেন্দ্ৰ মোডিক নৰেন্দ্ৰ মোডীলৈ স্থানান্তৰ কৰি দিলো। যিকোনো পৃষ্ঠাৰ সোঁকাষে ইতিহাস চাওকৰ কাষতে এটা তৰা আৰু এটা ত্ৰিভূজ দেখিবা। কোনো পৃষ্ঠাক স্থানান্তৰ কৰিব লগা হ'লে ত্ৰিভূজটোত ক্লিক কৰি নতুন নামটো দি দিলেই হৈ যাব। প্ৰৱন্ধটো ভাল হৈছে, ইংৰাজী ৱিকিত থকা মোডীৰ প্ৰৱন্ধটোৰ আলম লৈ সম্পাদনা কৰি পেলাবা পাৰিলে, বঢ়িয়া হৈ পৰিব। প্ৰণৱ জ্যোতি ভূঞা (talk) 17:37, 25 জানুৱাৰী 2014 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

[সম্পাদনা কৰক]

প্ৰিয় Ankur d,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.