বাৰ্তা:পৰিশেষিকা (শৰীৰস্থান)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"পৰিশেষিকা" প্ৰতিশব্দটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰা জীৱবিজ্ঞানৰ পাঠ্যপুথিৰ পৰা লোৱা হৈছে। আন নামকেইটা ড° লোহিত কুমাৰ বৰাৰ "চিকিৎসা বিজ্ঞানৰ অভিধান"ত আছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 12:41, 24 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এনেই উচ্চমাধ্যমিকৰ কিতাপত এপেণ্ডিক্স বুলিয়েই লিখা আছে। Nayan j Nath (বাৰ্তা) 12:43, 24 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]