সমললৈ যাওক

বাৰ্তা:পৰিৱেশ অধ্যয়ন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনামাটো "পৰিবেশ বিজ্ঞান" হ'ব লাগে নেকি? — গীতাৰ্থ বৰদলৈ (talk) 18:52, 4 এপ্ৰিল 2014 (UTC)

প্ৰবন্ধটোত "পৰিস্থিতিবিদ্যা (Ecology) আৰু পৰিৱেশ অধ্যয়ন (Environmental studies)ক এটাক আনটোৰ অনুৰূপ শব্দ" বুলি কোৱা হৈছে কিন্তু ইংৰাজী ৱিকিপিডিয়াত দুয়োটা সম্পূৰ্ণ বেলেগ প্ৰবন্ধ। আকৌ "Natural environment" আৰু "Nature" বুলিও বেলেগ বেলেগ প্ৰবন্ধ আছে। — গীতাৰ্থ বৰদলৈ (talk) 21:59, 6 এপ্ৰিল 2015 (UTC)

"যদিও" শব্দটোৰ প্ৰয়োজন আছিল। আৰু দেখা গৈছে প্ৰৱন্ধটোত "পৰিৱেশ অধ্যয়ন" বুলি নামাকৰণ কৰি "পৰিৱেশ" সম্পৰ্কেহে লিখা আছে। দিব্য দত্ত (talk) 12:07, 7 এপ্ৰিল 2015 (UTC)
আগতে পাঠ্যপুথিত 'পৰিবেশ অধ্যয়ন' বুলি আছিল। গণ্ডগোল তাতেই। — গীতাৰ্থ বৰদলৈ (talk) 18:14, 7 এপ্ৰিল 2015 (UTC)