বাৰ্তা:বাষ্প উদ্ভাৱক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্ভাৱক বুলিলে কোনো ব্যক্তিক বুজায় যেন লাগে, উৎপাদকহে শুদ্ধ হব নেকি! দিব্য দত্ত (talk) 09:56, 18 মাৰ্চ 2015 (UTC)

উদ্ভাৱক বুলিলে সাধাৰণতে inventor বুজায়। উৎপাদকেই হ'ব যেন লাগে। - Manjil Konwar (talk) 10:39, 18 মাৰ্চ 2015 (UTC)